--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই: ‘কালাৰ্ছ টিভি’ৰ জনপ্ৰিয় সংগীতৰ ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়ান আইডল, ছিজন-১২’ৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে উত্তৰাখণ্ডৰ পৱনদ্বীপ ৰাজনে। বহু প্ৰতীক্ষাৰ অন্তত ঘোষণা কৰা এই ফলাফলৰ পাছতে ছ’চিয়েল মিডিয়াত পৱনদ্বীক শুভেচ্ছাৰে ভৰাই তুলিছে অনুৰাগীয়ে৷ প্ৰথম ৰানাৰ্ছ-আপ হৈছে অৰুণিতা কাঞ্জিলাল।

বিজয়ী পৱনদ্বীপক এটা ট্ৰফী, ২৫লাখ টকা আৰু এখন নতুন চাৰিচকীয়া ছুজুকি বাহন প্ৰদান কৰে। ‘ইণ্ডিয়ান আইডল’ৰ ফাইনেলত পৱনদ্বীপ আৰু অৰুণিতাৰ উপৰি চাইলি কাম্বলে, নিহাল তৌৰো, ডেনিছ মহম্মদ আৰু ফ্ৰণ্ট প্ৰিয়াই প্ৰৱেশ কৰিছিল।

উল্লেখ্য যে, ইণ্ডিয়ান আইডল, ছিজন-১২ৰ গ্ৰেণ্ড ফাইনেলৰ অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে একেৰাহে ১২ ঘণ্টাৰ লাইভ সম্প্ৰচাৰ কৰিছিল। অনুষ্ঠানটো দেওবাৰে দুপৰীয়া ১২ৰ বজাৰপৰা নিশা ১২বজালৈ অনুষ্ঠিত হৈছিল। ইণ্ডিয়ান আইডলৰ এইবাৰ বিচাৰকৰ আসনত আছিল অনু মালিক, হিমেশ ৰেশমিয়া আৰু চনু কক্কৰ। ফাইনেলৰ বিশেষ অনুষ্ঠানত অল্কা য়াগনিক, কুমাৰ চানু, উদিত নাৰায়ণ বিশেষ অতিথি হিচাপে উপস্থিত আছিল। লগতে আছিল জনপ্ৰিয় বলীউড অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীও।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ