--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ যুৱ স্পিনাৰ শ্বোৱেইব বছিৰক ৬৭ নম্বৰৰ জাৰ্চি পিন্ধি খেলি থকা দেখা গৈছিল। কিন্তু ইমানবোৰ সংখ্যা এৰি ৬৭ কিয়? সাধাৰণতে খেলুৱৈসকলে ৭, ৮, ৯, ১০, ১১ নম্বৰৰ জাৰ্চি পাবলৈ ব্যাকুল হৈ পৰে। কিন্তু বছিৰে ৬৭ নম্বৰ বাছি লৈছিল। এই বিশেষ নম্বৰৰ জাৰ্চিখন কিয় পিন্ধিলে তেওঁ নিজকে ক’লে।

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত-ইংলেণ্ডৰ দ্বিতীয়খন টেষ্ট। এই মেচত অভিষেক ঘটায় বছিৰে। ভিছা নোপোৱাৰ বাবে প্ৰথম টেষ্ট খেলা নহ’ল। দ্বিতীয় টেষ্টৰ পূৰ্বে ভাৰতলৈ আহিছিল বছিৰ। আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থকাৰ পিছতো জেক লিচে দললৈ আহিছিল। ৬৭ নম্বৰৰ জাৰ্চি পিন্ধি খেলা দেখা গৈছে। বছিৰে কয়, ‘মোৰ প্ৰিয় জাৰ্চি নম্বৰ ১৩। কিন্তু সেই জাৰ্চিখন মই নাপালোঁ। ইংলেণ্ডৰ ব’ৰ্ডে সেই জাৰ্চি নম্বৰটো দিব নোৱাৰিলে। গতিকে মই ৬৭ নম্বৰৰ জাৰ্চি পিন্ধো। কাৰণ ৬ আৰু ৭ যোগ কৰিলে ১৩ হয়।”

বছিৰে ৰোহিত শৰ্মাৰ উইকেট দখল কৰে। সেই উইকেট সন্দৰ্ভত বছিৰে কয়, ‘টেষ্ট কেপ পোৱাটো মোৰ বাবে এটা ডাঙৰ কথা আছিল। আৰু সেইদিনা ৰোহিত শৰ্মাৰ উইকেটটো ল’বলৈ সক্ষম হ’লোঁ৷ ৰোহিত এজন মহান ক্ৰিকেটাৰ। সেইটো আছিল মোৰ প্ৰথম টেষ্ট উইকেট। ভগৱান আৰু মোৰ পৰিয়ালৰ ওচৰত কৃতজ্ঞ। সিহঁতে মোৰ কাষত সদায় থিয় দি আহিছে।"

প্ৰথম ইনিংছত বছিৰে ৩৮ অভাৰত বলিং কৰি তিনিটা উইকেট দখল কৰে। লগতে ১৩৮ ৰান দিয়ে। বছিৰৰ সৈতে সৰ্বাধিক বল অধিনায়ক বেন ষ্ট’কেছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক