--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ সহ অধিনায়ক তথা চিনিয়ৰ অ’পেনাৰ কে এল ৰাহুলে ইংলেণ্ডৰ সলনি জাৰ্মানী যাবলৈ ওলাইছে। আঘাতৰ বাবে ভাৰত-দক্ষিণ আফ্ৰিকা শৃংখলা আৰম্ভ হোৱাৰ আগদিনা বাহিৰ হ’বলগীয়া হৈছে মূল একাদশৰ পৰা। ৰোহিতৰ অনুপস্থিতিত ৰাহুলে টি-২০ৰ অধিনায়কৰ দায়িত্ব কান্ধ পাতি লোৱাৰ কথা আছিল। কিন্তু বাধা হৈ থিয় দিয়ে আঘাতে। 

সেইবাবে ৰাহুলৰ পৰিৱৰ্তে অধিনায়ক হয় ঋষভ পণ্ট। অহা মাহত ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে ৰাহুলে আঘাতৰ পৰা আৰোগ্য হৈ নুঠিব বুলিয়েই খবৰ আহিছে। আনকি ৰাহুলৰ চিকিৎসা ভাৰতৰ সলনি জাৰ্মানীত হ’ব বুলি জনাইছে বিচিচিআইৰ সচিব জয় শ্বাহে। এটা ক্ৰীড়া ৱেবছাইটৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাহুলে কয় যে, ‘ভাৰতীয় ব'ৰ্ডে মোৰ ফিটনেছৰ ওপৰত কাম কৰি আছে। অতি সোনকালে মই জাৰ্মানীলৈ যাম।’

কৰ’নাৰ বাবে বিগত ছিজনৰ একেবাৰে অন্তিম মুহূৰ্তত ইংলেণ্ডৰ বিৰুদ্ধে মানচেষ্টাৰ টেষ্ট বাতিল কৰা হৈছিল। ৫খন মেচৰ টেষ্ট ছিৰিজত বিৰাট কোহলীৰ নেতৃত্বত ২-১ৰ ব্যৱধানত আগবাঢ়িৰ আছিল টীম ইণ্ডিয়া। ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পঞ্চম আৰু অন্তিমখন টেষ্ট যোৱা ছেপ্টেম্বৰ মাহত মানচেষ্টাৰৰ ওল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হৈছিল। বাতিল হোৱা মানচেষ্টাৰ টেষ্ট ১-৫ জুলাইত বাৰ্মিংহামৰ এডগবাষ্টন ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ