--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইৰানৰ ৰাষ্ট্ৰদূত আবোলফাজী পাছান দিদেহে কয়, 'আমেৰিকাত আমি পুৱাই উপস্থিত হ'ব লাগিব আৰু একেদিনাই প্রস্থান কৰিব লাগিব।

ডিজিটেল ডেস্ক : বিশ্বকাপক লৈ আমেৰিকা আৰু ইৰানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। আসন্ন ফুটবল মহাৰণখনত ভাগ ল'বলৈ ৰাওনা হোৱাৰ আগেয়ে ইৰানে আমেৰিকাৰ পৰা এক বার্তা লাভ কৰিছে। সেই অনুসৰি আমেৰিকাত খেলা মেচখনৰ ২৪ ঘণ্টাৰ ভিতৰত ইৰানে নির্দিষ্ট চহৰখন এৰি যাব লাগিব। এটা নিৰ্দিষ্ট দিনত পৰৱৰ্তী মেচ খেলিবলৈ উভতি আহিব ইৰান। 


এই কথাত ইৰান একেবাৰে সুখী নহয়। লগতে বহু সংখ্যক সহায়ক কৰ্মচাৰীৰ ভিছা প্রদানত পলম হোৱাৰ বাবেও তেওঁলোক আমেৰিকাৰ ওপৰত ক্ষোভিত হৈ পৰিছে। ইৰানক কোৱা হৈছে যে যিদিনা মেচ থাকিব সেই দিনা পুৱাই আহি মেচ খেলিয়েই যেন মেক্সিকোলৈ উভতি যায়। মেক্সিকোত থকা ইৰানৰ ৰাষ্ট্ৰদূতে কয় যে উত্তপ্ত পৰিস্থিতিৰ বাবে কোৱা হৈছে যে আমেৰিকাত উপস্থিত হৈ মেচখন খেলাৰ ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোক ইবানে গ্ৰুপৰ নিজৰ সকলো মেচ লছ এঞ্জেলছ আৰু ছিয়াটলত খেলিব। 


ইৰানৰ ৰাষ্ট্ৰদূত আবোলফাজী পাছান দিদেহে কয়, 'আমেৰিকাত আমি পুৱাই উপস্থিত হ'ব লাগিব আৰু একেদিনাই প্রস্থান কৰিব লাগিব।' আমেৰিকাই জনাইছিলে কোনো ধৰণেৰে ইৰানে যাতে দেশখনত উগ্রপন্থীক প্ৰৱেশ কৰাত সহযোগ কৰিব নোৱাৰে তাৰ বাবেই এই ব্যৱস্থা লোৱা হৈছে।

উৎস: দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ