--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভেংকুৱাৰত অনুষ্ঠিত হোৱা ফিফা কংগ্রেছত ইনফাণ্টিনোৱে কয় যে ইৰানে বিশ্ব কাপত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰ মেচসমূহ আমেৰিকাত অনুষ্ঠিত হ'ব।

ডিজিটেল ডেস্ক : আমেৰিকাত অনুষ্ঠিত হ'বলগীয়াত বিশ্ব কাপ ফুটবলত খেলিব ইৰানে। ফিফাৰ সভাপতি জিয়ানি ইনফাণ্টিনোৱে এই ঘোষণা কৰি সকলো জল্পনা-কল্পনাৰ অন্ত পেলায়। পশ্চিম এছিয়াৰ যুদ্ধৰ মাজতে ইৰানৰ দলটোক বিশ্ব কাপ খেলিবৰ বাবে আমেৰিকালৈ প্রেৰণ কৰিবলৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে। 


ভেংকুৱাৰত অনুষ্ঠিত হোৱা ফিফা কংগ্রেছত ইনফাণ্টিনোৱে কয় যে ইৰানে বিশ্ব কাপত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰ মেচসমূহ আমেৰিকাত অনুষ্ঠিত হ'ব। 


তেওঁ কয়, 'মই আৰম্ভণিতে এটা কথা স্পষ্ট কৰিব বিচাৰোঁ। অর্থাৎ আগন্তুক বিশ্ব কাপত ইৰানে নিশ্চিতভাৱে ভাগ ল'ব। কাৰণটো সহজ। আমি একত্রিত হ'ব লাগিব। এয়া মোৰ দায়িত্ব। এইটো আমাৰ দায়িত্ব। ফুটবলে বিশ্বক একত্রিত কৰে।' উল্লেখ্য যে ইৰানে একেৰাহে চতুৰ্থবাৰলৈ বিশ্ব কাপত খেলিব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ