--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পাকিস্তানে ইংগিত দিছে যে কাটাৰ আৰু তুৰস্কই ছৌডি আৰৱৰ সৈতে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰৰ পাৰস্পৰিক প্ৰতিৰক্ষা সহযোগিতা চুক্তিত যোগ দিয়াৰ পৰিকল্পনা ইতিমধ্যে চূড়ান্ত কৰিছে।

ডিজিটেল ডেস্ক: ইৰানৰ সৈতে আমেৰিকা-ইজৰাইলৰ যুদ্ধ উত্তেজনা চলি থকাৰ মাজতে মধ্যপ্রাচ্যত চাৰিখন ইছলামিক দেশৰ এটা নতুন প্রতিৰক্ষা মিত্রজোঁট গঠনৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত হৈছে। 


পাকিস্তানৰ প্ৰচেষ্টাত মধ্যপ্রাচ্যৰ তিনিখন দেশে 'ইছলামিক নাটো' গঠনৰ বাবে ইতিমধ্যে প্রক্রিয়া সম্পূর্ণ কৰিছে। পাকিস্তানে ইংগিত দিছে যে কাটাৰ আৰু তুৰস্কই ছৌডি আৰৱৰ সৈতে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰৰ পাৰস্পৰিক প্ৰতিৰক্ষা সহযোগিতা চুক্তিত যোগ দিয়াৰ পৰিকল্পনা ইতিমধ্যে চূড়ান্ত কৰিছে। 


মধ্যপ্রাচ্য আৰু দক্ষিণ এছিয়াৰ নিৰাপত্তা ব্যৱস্থাক চলি থকা যুদ্ধ-উত্তেজনাই অৱনতি ঘটোৱাৰ সময়তে এছিয়াৰ চাৰিখন ইছলামিক দেশে এই প্রতিৰক্ষা বিষয়ক সহযোগিতা কৰাৰ প্রক্রিয়া প্রায় সম্পূর্ণ কৰি তুলিছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রী খাৱাজা আছিফে যোৱা মঙলবাৰে নিশা স্থানীয় এটা টেলিভিছন চেনেলত দিয়া সাক্ষাৎকাৰত কয় যে এছিয়াৰ চাৰিখন ইছলামিক ৰাষ্ট্ৰই প্ৰতিৰক্ষা সহযোগিতা কৰিবলৈ প্রক্রিয়া চূড়ান্ত কৰিছে। পাকিস্তানৰ সৈতে থকা ছৌডি আৰৱৰ প্রতিৰক্ষা চুক্তিখনত কাটাৰ আৰু তুৰস্কাই যোগ দিয়াৰ বিষয়ত দৃঢ়তাৰে কয় পাক প্রতিৰক্ষা মন্ত্রীজনে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ