--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত বহাৰ দিশত আৰু এখোজ আগুৱালে ডেম’ক্ৰেট জ’ বাইডেনে। জ’ বাইডেনৰ বিজয়ক আনুষ্ঠানিকভাৱে স্বীকৃতি দিলে্ মাৰ্কিন কংগ্ৰেছে।

আৰু পঢ়িব পাৰিব : ‘মোৰ বুকু ভাগি গৈছে, তাক একেবাৰে মাৰি পেলাওক…’ এগৰাকী মাতৃৰ বিননি

প্ৰায় দুমাহজোৰা অনিশ্চয়তা তথা বাইডেনৰ জয়ক অস্বীকাৰ কৰিবলৈ পূৰ্বৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভালেমান বৃথা চেষ্টাৰ পাছত মাৰ্কিন কংগ্ৰেছে বৃহস্পতিবাৰে বাইডেনৰ বিজয়ক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিলে। মাৰ্কিন সংসদত ট্ৰাম্পৰ সমৰ্থকসকলে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰাৰ মাজতে বাইডেনলৈ এই স্বীকৃতি আহিছে।

আৰু পঢ়িব পাৰিব : আন এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰীৰ মৃত্যু

সংসদ আৰু ছিনেটৰ সদস্যসকলে বাইডেনৰ বিৰুদ্ধে থকা শেষ পৰ্যায়ৰ অভিযোগলানি নস্যাৎ কৰাৰ পাছত তেওঁৰ বিজয়ক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখ্য যে, ২০ জানুৱাৰীত ৰাষ্ট্ৰপতিৰ আসনত বহিব ডেম’ক্ৰেট জ’ বাইডেনে। একেদৰে উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছৰ বিজয়কো স্বীকৃতি প্ৰদান কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement