--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনৰ শপতগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে বৰ্তমানৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু তেওঁৰ সমৰ্থকসকল আক্ৰমণাত্মক হৈ উঠিছে। ৰাজনৈতিক টনা-আঁজোৰাৰ ফলত বুধবাৰে হোৱাইট হাউছ আৰু কেপিটল ভৱনৰ বাহিৰত ট্ৰাম্প সমৰ্থকসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

আৰু পঢ়িব পাৰিব : বিহ খুৱাই হত্যাৰ চেষ্টা ইছৰোৰ জ্যেষ্ঠ বিজ্ঞানীক! চাঞ্চল্য

ট্ৰাম্পৰ সমৰ্থকসকৰ আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এগৰাকী মহিলাসহ চাৰিজন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে। এই ঘটনাত একাংশ আৰক্ষীৰ লোকো আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পাছত প্ৰায় ৫২জনকৈ প্ৰতিবাদকাৰীক আটক কৰা হৈছে। হিংসাত্মক ঘটনাটোৰ পাছতে ৱাশ্বিংটন ডিচিত সান্ধ্য আইন জাৰি কৰা হয়।

আৰু পঢ়িব পাৰিব : গুৱাহাটী পালেহি বাৰ্ড ফ্লু! চিৰিয়াখানাত নিষিদ্ধ মুৰ্গী মাংস…

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৱাশ্বিংটনত ব্যাপক হাৰত নিৰাপত্তাৰক্ষী মোটায়েন কৰা হৈছে।ঘটনাটোৰ পাছতে ট্ৰাম্পৰ দুজন সহায়কেও পদত্যাগ কৰিছে। ঘটনাটোৰ বাবে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামা, জৰ্জ ডব্লিউ বুশ্ব তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাজনো নেতাই ট্ৰাম্পক গৰিহনা দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ