--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰীৰ সৈতে গোপন বৈঠকৰ পাছত এইবাৰ মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ জৰ্দানৰ বাদশ্বাহ আব্দুল্লাৰ। জ’ বাইডেন ক্ষমতালৈ অহাৰ পাছত হোৱাইট হাউছত আমন্ত্ৰণ পোৱা ৫৯ বৰ্ষীয় আব্দুল্লা প্ৰথমগৰাকী আৰব নেতা। ইজৰাইলৰ সৈতে সম্পৰ্কোন্নয়নৰ বিষয়ে আজি হোৱাইট হাউছত বাইডেনৰ সৈতে আব্দুল্লাৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, যুক্তৰাষ্ট্ৰ সমৰ্থিত জৰ্দানৰ বাদশ্বাহগৰাকীয়ে বিগত ২১বছৰ ধৰি দেশৰ ৰাষ্ট্ৰীয় ক্ষমতাত অধিষ্ঠিত হৈ আছে।


আনহাতে, ১৯৯৪চনতে ইজৰাইলৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল যুক্তৰাষ্ট্ৰই। কিন্তু ২০২০চনত ট্ৰাম্পৰ মধ্যস্ততাত বাহৰাইন, আমিৰাত, ছুদান আৰু মৰক্কোক ইজৰাইলৰ সৈতে স্বাভাৱিক সম্পৰ্ক গঢি় তোলাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হয়। ট্ৰাম্পৰ আগ্ৰাসী প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল বাদশ্বাহ আব্দুল্লাহ-ই। শেহতীয়াকৈ, আল-আকছাত সাধাৰণ নাগৰিকৰ ওপৰত চলা অত্যাচাৰ, গাজাত নিৰপৰাধ ফিলিস্তাইনীৰ ওপৰত নিৰ্বিচাৰ বোমাতংকৰ ঘটনাৰ বাবে ইজৰাইলৰ সৈতে পূৰ্বৰ সম্পৰ্ক অৱনমিত হৈছে জৰ্ডানৰ। তেনে পৰিপ্ৰেক্ষিতত জৰ্দানৰ বাদশ্বাহেৰে ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰী নাফটালী বেনেটৰ বৈঠকে দুয়োখন দেশৰে কূটনৈতিক শক্তি অধিক শক্তিশালী হোৱাৰ আশংকা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ