--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ২৬ জানুৱাৰীত লালকিল্লাত হোৱা হিংসাৰ গোচৰত অভিযুক্ত পঞ্জাবী অভিনেতা তথা সমাজকৰ্মী দীপ সিদ্ধুৱে জামিন লাভ কৰিছে। লালকিল্লাত হোৱা হিংসাত উচতনি দিয়াৰ অভিযোগ উঠিছিল দীপ সিদ্ধুৰ বিৰুদ্ধে। ৩৬বছৰীয়া অভিনেতাজনত ৯ ফেব্ৰুৱাৰীত হাৰিয়ানাৰ কৰ্নালৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে।

আৰু পঢ়িব পাৰিব : ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল ৪৩সংখ্যক বেলতলা ব’হাগী উৎসৱ

কৃষক আন্দোলনৰ নেতাসকলেও সিদ্ধুৱে তেওঁলোকেৰ আন্দোলনটোক বিপথগামী কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছিল। ইফালে, ইয়াৰ পূৰ্বৰ শুনানিত সিদ্ধুৰ অধিবক্তাই দাবী কৰিছিল যে, সিদ্ধু দিল্লীত গণৰাজ্য দিৱসৰ দিনা হোৱা হিংসাত জড়িত নাছিল। তেওঁ কেৱল এটা ভিডিঅ’হে শ্বেয়াৰ কৰিছিল।

আৰু পঢ়িব পাৰিব : কৰ’নাৰ কালৰূপ : দেশত ২ লক্ষাধিক লোক আক্ৰান্ত

দিল্লীৰ এখন আদালতে আজি সিদ্ধুৰ জামিন মঞ্জুৰ কৰে। সিদ্ধুক তেওঁৰ পাছপ’ৰ্ট আদালতত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু তদন্তকাৰী বিষয়াৰে সহযোগ কৰিবলৈ কোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ