--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দেশত কালৰূপ লৈছে কৰ’নাই৷ কালিৰ দিনটোত পুনৰ ২ লক্ষাধিক লোক আক্ৰান্ত হয় কৰ'নাত৷ আক্ৰান্তৰ সংখ্যা ২ লাখ ৩৪ হাজাৰ জন৷ কালিৰ দিনটোত মৃত্যু হয় ১,৩৩৮ জন লোকৰ৷ দেশত কৰ’নাত মৃতকৰ সংখ্যা ১,৭৫,৬৭৩লৈ বৃদ্ধি হয়৷

আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণৰ নতুন পথৰ সন্ধান লাভ কৰিছে গৱেষকে…

অসমটো বিপজ্জনকভাৱে বৃদ্ধি কৰ’নাত আক্ৰান্তৰ সংখ্যা৷ কালিৰ দিনটোত আক্ৰান্ত হয় ৫৭৩জন লোক৷ ৰাজ্যখনত মৃত্যু হয় ৪জন কৰ’না আক্ৰান্তৰ৷ কামৰূপ মহানগৰত কালি আক্ৰান্ত ২৪৫জন লোক৷

আৰু পঢ়িব পাৰিব : একেলগে হওক চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ, আয়োগলৈ মমতাৰ দাবী

কামৰূপ জিলাত আক্ৰান্ত ৪৭জন লোক৷ নগাঁৱত ৩৩জন আৰু ডিব্ৰুগড়ত ২৫জন লোক আক্ৰান্ত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ