--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ বিশ্বব্যাপি গ্ৰাস কৰা মহামাৰী কৰ’নাক প্ৰতিহত কৰিবলৈ আজিৰ ২২ মাৰ্চৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল ‘জনতা কাৰ্ফিউ’। ক'ভিড ১৯ৰ ভয়াৱহতাত প্ৰত্যেকজন লোকেই যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলৈ বাৰম্বাৰ সতৰ্কতা জাৰি কৰিছিল চৰকাৰ প্ৰশাসনে৷

আৰু পঢ়িব পাৰিব : “মহাভাৰততো মামা আছিল, অসমতো মামা আছে” – প্ৰিয়ংকাৰ কটাক্ষ !

জনতা কাৰ্ফিউৰ সময়ত জৰুৰীকালীন সেৱাত জড়িত ব্যক্তিসকল যেনে আৰক্ষী, চিকিৎসা কৰ্মীকে আদি কৰি সংবাদ কৰ্মীসকলক উৎসাহ জনোৱাৰ বাবে থালি আৰু হাত চাপৰি বজাবলৈ মোদীয়ে দেশবাসীক আহ্বান কৰিছিল। সন্ধিয়া ৫ বজাৰ লগে লগে দুৱাৰ-খিৰিকীৰ সন্মুখত দেশত থালি, হাত চাপৰিৰ পৰা আৰম্ভ কৰি ডবা-শংখলৈকে বজোৱা পৰিলক্ষিত হৈছিল৷

আৰু পঢ়িব পাৰিব : হাইলাকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ মৃত ১, আহত কেইবাজনো

অৱশ্যে দেশৰ বিভিন্ন ঠাইত সেই আহ্বানৰ বিপৰীত ছবি এখনহে প্ৰত্যক্ষ কৰা গৈছিল। কিছু কিছু ঠাইত সাধাৰণ ৰাইজে কাঁহী-বাতি, ঢোল-তাল, খোল-বৰকাঁহ আদিৰে পদযাত্ৰাও কৰা দেখা গৈছিল। আৰু এই হাস্যকৰ ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াযোগে বিশ্বজুৰি ভাইৰেল হৈছিল। পৰৱৰ্তী সময়ত প্রশাসনে লকডাউন ঘোষণা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ