--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অব্যাহত আছে আন্দোলনকাৰী কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী৷ 

সোমবাৰে ১৪ দিনত ভৰি দিলে কৃষকৰ আন্দোলনে৷

ট্ৰেক্টৰ লৈ আজি সমদল উলিয়াব প্ৰতিবাদী কৃষকে৷ 

উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছ ৱে’ত উলিয়াব ট্ৰেক্টৰ সমদল৷ 

ট্ৰেক্টৰ সমদলৰ বাবে দিল্লী–নয়দাত যান–জঁট হোৱাৰ আশংকা কৰা হৈছে৷ 

নিৰাপত্তা বাহিনী সতৰ্ক হৈ আছে দিল্লী–নয়দা সীমান্তত৷ 

ৰাইজক যমুনা এক্সপ্ৰেছ ৱে’ৰে নাযাবলৈ পৰামৰ্শ আগবঢ়াইছে স্থানীয় প্ৰশাসনে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement