--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু পঞ্জিকাৰ বিশ্বাস অনুসৰি শনিবাৰ শনি দেৱৰ নামত উৎসৰ্গা কৰা হয়। শনিদেৱক কৰ্মৰ দেৱতা বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে শনিদেৱক কেৱল মানুহেই নহয় দেৱতাও ভয় কৰে। এনে পৰিস্থিতিত যিকোনো কাম কৰাৰ আগতে শনি দেৱক সন্তুষ্ট কৰাটো অতি প্ৰয়োজনীয়। জ্যোতিষশাস্ত্ৰ অনুযায়ী শনিবাৰৰ দিনটোত ভুলতো কিছুমান বস্তু কিনিব নালাগে। যদি আপুনি এই কাম কৰে তেন্তে আপুনি এক বৃহৎ লোকচানৰ সন্মুখীন হ’ব পাৰে। 

শনিবাৰে কেতিয়াও কি কি কিনিব নালাগে?

এই দিনটোত ক’লা মাটি দাইল কিনিব নালাগে বুলি বিশ্বাস কৰা হয়। 

এই দিনটোত কোনেও ভুলতে নিমখ কিনিব নালাগে। তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়। এই কাম কৰাসকলে ঘৰলৈ দৰিদ্ৰতা আনে বুলি বিশ্বাস কৰা হয়। 

যদি আপুনি জোতা কিনাৰ পৰিকল্পনা কৰিছে তেন্তে শনিবাৰে এই কামটো নকৰিব কাৰণ এনে কৰিলে আপোনাৰ কাম নষ্ট হ’ব পাৰে আৰু সফলতাৰ পৰিৱৰ্তে আপুনি বিফলতা লাভ কৰিব পাৰে।

লোহা বা লোহাৰে তৈয়াৰী বস্তু শনিবাৰে কিনিব নালাগে। শনিবাৰে যিসকলে লোহাৰ বস্তু কিনে, তেওঁলোকে লাভৰ সলনি লোকচানৰ সন্মুখীন হ’ব পাৰে। 

এই দিনটোত গাড়ী কিনাৰ পৰাও বিৰত থাকিব লাগে।

এই দিনটোত সৰিয়হৰ তেল কিনিব নালাগে বুলি বিশ্বাস কৰা হয়। এই ভুল কৰাসকলে শাৰীৰিক আৰু আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক