--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ কাবুল বিমানবন্দৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ বিমানৰ পৰা পৰি আফগান ৰাষ্ট্ৰীয় দলৰ ফুটবলাৰ জাকি আনৱাৰীৰ মৃত্যু হয়। ৰয়টাৰ্ছে শেহতীয়াকৈ আফগান সংবাদ সংস্থা আৰিয়ানাৰ বাৰাটত এই খবৰ প্ৰকাশ কৰিছে। উল্লেখ্য যে, গণতান্ত্ৰিক চৰকাৰক অগণতান্ত্ৰিক পন্থাৰে ক্ষমতাচ্যুত কৰি তালিবান বাহিনীয়ে কাবুল দখল কৰিছিল।

তালিবানী উপদ্ৰৱৰ বাবে পৰৱৰ্তী সময়ত শ শ আফগানে কাবুলৰ হামিদ কাৰজাই বিমান বন্দৰত দেশৰ পৰা পলায়নৰ বাবে অভাৱনীয় জনসমাগমৰ সৃষ্টি হয়। জীৱনৰক্ষাৰ বাবে বিমানখনৰ লেণ্ডিং গিয়াৰত লাগি আফগানিস্তানৰ পৰা পলায়ন কৰিব বিচাৰিছিল একাংশই। তেওঁলোকৰ ভিতৰত আছিল এজন ১৭বছৰীয়া যুৱ-ফুটবলাৰ।


সংবাদ সংস্থা ‘আৰিয়ানা’ৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ বোয়িং চি-১৭ বিমানৰ পৰা পৰি জাকি আনৱাৰীৰ মৃত্যু হয়। আফগানিস্তানৰ ক্ৰীড়া সাধাৰণ সঞ্চালক প্ৰধানে ৰাষ্ট্ৰীয় দলৰ যুৱ ফুটবলাৰজনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ