--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আবকাৰী নীতি কেলেংকাৰীৰ অভিযোগত দেওবাৰে (১৬ এপ্ৰিল) জেৰাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চিবিআইয়ে চমন কৰিছে। আম আদমী পাৰ্টিয়ে ইয়াক ষড়যন্ত্ৰ বুলি অভিহিত কৰি দেওবাৰে অৰবিন্দ কেজৰিৱাল সংস্থাটোৰ সন্মুখত হাজিৰ হ’ব বুলি নিশ্চিত কৰিছে। এই জাননীৰ পিছত কেন্দ্ৰ আৰু বিৰোধী দলৰ মাজতো ধাৰাবাহিকভাৱে আক্ৰমণ প্ৰত্যাক্ৰমণ আৰম্ভ হৈছে

চিবিআইৰ বিষয়াসকলে জনোৱা মতে, অৰবিন্দ কেজৰিৱালক পুৱা ১১ বজাত এজেন্সীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ তদন্তকাৰী দলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কোৱা হৈছে। সংস্থাটোৰ সূত্ৰই জনোৱা মতে, নীতিটো কিছুমান সুৰা বেৰন আৰু দক্ষিণ লবীৰ সপক্ষে টুইক কৰি সংগ্ৰহ কৰা ধন আপে নিৰ্বাচনী উদ্দেশ্যত ব্যৱহাৰ কৰাৰ সন্দেহ কৰা হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ইতিমধ্যে এই গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াক গ্ৰেপ্তাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক