--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধনতেৰছ এক অতি বিশেষ দিন। এই দিনটোতে মালক্ষ্মী আৰু ধনকুবেৰৰ পূজা কৰি আশীৰ্বাদ লাভ কৰিব পাৰি। এই বিশেষ দিনটোত এই ৫টা ৰাশিৰ লোকসকলে লাভ কৰিব বিশেষ আশীৰ্বাদ আৰু দূৰ হ’ব সকলো সমস্যা। ধনতেৰছৰ দিনটোৰ পৰা এই ৫ ৰাশিৰ লোকসকলে লাভ কৰিব বিশেষ সফলতা।

 ১. মেষ ৰাশি:-এইবাৰ ধনতেৰছৰ দিনটোৱে মেষ ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াব শুভ সময়। এই লোকসকলে আৰ্থিকভাৱে লাভৱান হ’ব পাৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ-সুবিধা লাভ কৰিব। স্বাস্থ্য ক্ষেত্ৰতো যথেষ্ট উন্নত দেখা যায়।

 ২. কৰ্কট ৰাশি:-ধনতেৰছৰ দিনটোত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে অতি শুভ। কামত সফলতা লাভ কৰিব। ভাগ্যই আপোনাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব। ধন-সম্পত্তি বৃদ্ধি হোৱাৰ লগতে আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ ব্যক্তিত্বৰ প্ৰভাৱ বাঢ়িব।

 ৩. সিংহ ৰাশি:-ধনতেৰছে সিংহ ৰাশিৰ লোকসকলৰ জীৱনলৈ সুখ-শান্তি কঢ়িয়াই আনিব। জীৱনত চলি থকা সমস্যাবোৰ সমাধান পাব। ধনৰ সংকট দূৰ হ’ব পাৰে। বিবাহিত জীৱনত সুখকৰ হ’ব।

 ৪. বৃশ্চিক ৰাশি:-ধনতেৰছৰ দিনটোৱে বৃশ্চিক ৰাশিৰ লোকৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে এক ডাঙৰ উপহাৰ। কেৰিয়াৰত নতুন সুযোগ পাব পাৰে। আয়ৰ নতুন উৎসৰ সৃষ্টি হ’ব। পৰিয়ালত সুখ-সমৃদ্ধি বৃদ্ধি পাব।

 ৫. ধনু ৰাশি:-ধনু ৰাশিৰ লোকৰ বাবে কঢ়িয়াই আনিব পাৰে এক সুখবৰ। প্ৰমোচন তথা দৰমহাও বৃদ্ধি পাব পাৰে। ব্যৱসায় কৰা মানুহে বৃহৎ আৰ্থিকভাৱে লাভৱান হ’ব পাৰিব। ঋণৰ পৰা সকাহ লাভ কৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ