--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মার্ক কার্নীক কানাডাৰ নতুন প্রধানমন্ত্রীৰূপে নির্বাচিত কৰা হৈছে। তেওঁ বিতর্কিত প্রধানমন্ত্রী জাষ্টিন ট্রুডোৰ স্থান ল'ব। 

দেশখনৰ সংসদৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰা লিবাৰেল পার্টিয়ে দেওবাৰে নিশা, তেওঁক নতুন নেতাৰূপে বাছনি কৰে।

 বেংকাৰ তথা অর্থনীতিবিদ কার্নীয়ে ৮৫.৯% ভোেট লাভ কৰে। বিধায়িনী তথা কেবিনেটৰ অভিজ্ঞতা নথকা তেওঁ কানাডাৰ প্ৰথমজন প্রধানমন্ত্রী হ'ব। অৱশ্যে কার্নী কিমান দিন প্রধানমন্ত্রী হৈ থাকে সেই টো  অনিশ্চিত হৈ আছে। 

শাসনত থকা লিবাৰেল পাৰ্টিৰ সংসদত নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাই। প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পাছত বেংক অব কানাডাৰ প্ৰাক্তন গৰ্ভনৰ কাৰ্নীয়ে অক্টোবৰৰ ভিতৰত দেশৰ নিৰ্বাচন অনুষ্ঠিত কৰাবলাগিব। বর্তমান তেওঁ সংসদৰ সদস্য নহয় আৰু সেয়েহে অচিৰেই নির্বাচন অনুষ্ঠিত কৰাব পাৰে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ