--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সোণতলী আৰক্ষী চকীৰ এলেকাধীন মাহতলী বজাৰত গেলামাল দোকান কৰাৰ চলেৰে ৩ নং টুপামাৰী গাঁৱৰ ৰফিকুল ইছলাম নামৰ ব্যৱসায়ীজনে সংগোপনে চলাই আছিল যুৱ প্ৰজন্ম ধ্বংসকাৰী নিষিদ্ধ কপ চিৰাফৰ ব্যৱসায়।

ডিজিটেল ডেস্ক: দক্ষিণ কামৰূপৰ সোণতলীত নিশা আৰক্ষীৰ অভিযান। অভিযানত বৃহৎ পৰিমাণৰ কফ চিৰাফ জব্দ কৰিবলৈ সক্ষম হৈছে সোণতলী আৰক্ষীয়ে।


উল্লেখ্য যে সোণতলী আৰক্ষী চকীৰ এলেকাধীন মাহতলী বজাৰত গেলামাল দোকান কৰাৰ চলেৰে ৩ নং টুপামাৰী গাঁৱৰ ৰফিকুল ইছলাম নামৰ ব্যৱসায়ীজনে সংগোপনে চলাই আছিল যুৱ প্ৰজন্ম ধ্বংসকাৰী নিষিদ্ধ কফ চিৰাফৰ ব্যৱসায়।


নিশা সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব কলিতাই এক গোপন সুত্ৰৰ পম খেদি অভিযান চলাই অৱসৰপ্ৰাপ্ত শিক্ষক ফজলুৰ ৰহমানৰ ভাড়া ঘৰৰ পৰা ১১০০ টা কফ চিৰাফৰ বটল জব্দ কৰাৰ লগতে কুখ্যাত ব্যৱসায়ী ৰফিকুল ইছলাম আটক কৰে। 


জব্দকৃত কফ চিৰাফখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে। ধৃত লোকজনক সোণতলী আৰক্ষীয়ে সোধাপোচাৰ অন্তত আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ