--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদ্যা বালানে ২০০৫ চনত 'পৰিণীতা' চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। চেইফ আলী খান তাৰ নায়ক আছিল। বিদ্যা বালানৰ আন এখন ছৱি 'দ্য ডাৰ্টি পিকচাৰ' ২০১১ চনত মুক্তি পাইছিল। অভিনেত্ৰী চিল্ক স্মিথাৰ জীৱনৰ ওপৰত আধাৰিত এই চলচ্চিত্ৰখন মূলতঃ এখন সাংগিতীকধৰ্মী আছিল। চিনেমাখনত বিদ্যাই যথেষ্ঠ খোলামেলা ৰূপত অৱতীৰ্ণ হৈছিল।

দ্যা ডাৰ্টি পিকচাৰ বিদ্যা বালানৰ এখন সফল চিনেমা। কিন্তু প্ৰথম ছৱি 'পৰিণীতা’ৰ নায়ক চৈফে ছবিখন এবাৰো দেখা নাছিল। এই কথা প্ৰকাশ কৰিছে চৈফপত্নী কৰীণা কাপুৰে। কৰীণাই কয় যে যেতিয়াই তেওঁ চৈফক  একেলগে বহি 'দ্য ডাৰ্টি পিকচাৰ' চাব বিচাৰে বুলি কৈছিল, চৈফ সন্মত হোৱা নাছিল। কৰীণাই দাবী কৰিছিল যে চৈফক ভয় খোৱা যেন লাগিছিল। 

'দ্যা ডাৰ্টি পিকচাৰ’ৰ বিদ্যা বালানৰ দৰে কৰীণাইও শক্তিশালী চৰিত্ৰত অভিনয় কৰিব বিচাৰে নেকি? এই প্ৰশ্নৰ উত্তৰত কৰীণাই কয় যে যদি ছলমান খান, শ্বাহৰুখ খানৰ দৰে তাৰকাৰ থাকে তেন্তে কৰিব, অন্যথা ছৱিখন ফ্লপ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক