--°C
Loading...
Listen to Article
2 min read
80%
মেষ ৰাশি – আপুনি কৰ্মক্ষেত্ৰত আজি এটা ভাল খবৰ পাব পাৰে। জীৱন সন্দৰ্ভতো সতৰ্কতা অবলম্বন কৰি পদক্ষেপ গ্ৰহণ কৰিলে আপোনাৰ দিনটো ভাল হ'ব।

বৃষ ৰাশি – বন্ধুৰ সহায় পাব লগতে পুৰণি বন্ধু লগ পাই মনতো আনন্দ পাব। ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক আৰু কাৰ্যালয়ৰ প্ৰত্যেকৰে সৈতে ভাল ব্যৱহাৰ কৰক।

মিথুনৰাশি – অৰ্থনৈতিক দিশটো শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কোনো ব্যক্তিকে টকা ধাৰ দিছে তেন্তে আপুনি আজি সেই টকা ঘুৰাই পোৱাৰ আশা আছে।

কৰ্কট ৰাশি- আৰ্থিক সংকটে দেখা দিব পাৰে,কিন্তু ঘৰৰ কোনো লোকে টকা পইচাৰে সহায় কৰি বিপদৰ পৰা উদ্ধাৰ কৰিব। প্ৰিয়জনৰ সৈতে তৰ্ক বিতৰ্ক হব পাৰে, ক্ৰোধ সম্বৰণ কৰিব।

সিংহ ৰাশি – যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধানতাৰে চিন্তা চৰ্চা কৰিব । সামাজিক অনুষ্ঠানত উপস্থিত হোৱাৰ সুযোগ পাব লগতে সন্মানিত হোৱাৰ সম্ভাৱনা।

কন্যা ৰাশি- ধৈৰ্য্য বজাই ৰাখি নিজকে আত্ম – প্ৰকাশ কৰিব লাগিব । এই ৰাশিচক্ৰৰ শিশুৰ আজি খেলাধুলাত দিন কটালে আঘাতৰ সম্ভাবনা থাকিব।

তুলা ৰাশি – জীৱন সংগীৰ স্বাস্থ্যই কিছু চিন্তাত পেলাব পাৰে। চাকৰিৰ সম্ভাবনাই ইতিবাচক ফল দিব । আৰ্থিকভাবে, আপুনি সবল থাকিব।

বৃশ্চিক ৰাশি – মনোবল বৰ্তাই ৰাখি আপুনি কঠিন কাম কৰিব পাৰিব। পেটৰ অসুখে কিছু সমস্যাত পেলাব পাৰে। আজি অৰ্থ উপাৰ্জনৰ অসংখ্য সুযোগ পাব।

ধনু ৰাশি – আজি আপুনি আপোনাৰ আবেগ নিয়ন্ত্ৰণ কৰিব আৰু যিমান পাৰে আপুনি ভয় নাখাবলৈ চেষ্টা কৰিব । কৰ্মাক্ষেত্ৰত কিছু কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

মকৰ ৰাশি- নিজৰ কাম আনৰ হতুৱাই নকৰিব , লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। কাৰোবাৰ পৰা আকৰ্ষণীয় আমন্ত্ৰণ পাব আৰু উপহাৰো লাভ কৰাৰ যোগ আছে। 

কুম্ভ ৰাশি – কৰ্মক্ষেত্ৰত সুনাম হব, আপোনাৰ কৰ্মৰাজি আজি আপোনাৰ পক্ষত থাকিব । আজি জীবন সংগীৰ সৈতে ভ্ৰমণৰ যোগ । প্ৰেমৰ মাজেৰে দিনটো পাব হব। 

মীন ৰাশি – প্ৰেমৰ ক্ষেত্ৰত বেদনাই আজি আপোনাক শুবলৈ নিদিব । ঘৰত কোনো অনুষ্ঠানৰ আয়োজনৰ কাৰণে আপোনাৰ আজি প্ৰচুৰ অৰ্থ ব্যয় হব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে থালাপতি বিজয়ে
দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীৰ মাহে ৩০ হাজাৰ কোটি টকা লোকচান
বিধানসভা অধ্যক্ষ পদৰ বাবে উচ্চাৰিত হৈছে অজন্তা নেওগৰ নাম
জুনিয়ৰ আৰ্টিষ্টৰ পৰা দক্ষিণৰ 'কুইন'লৈ: ছাই পল্লৱীৰ এক অনুপ্ৰেৰণাদায়ক যাত্ৰা
ডিমা হাছাওত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত
সোণাৰিত চাৰিদিন ধৰি সন্ধানহীন হৈ থকা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ; নৈত ওপঙি আছিল মৃতদেহটো
পুৱা ৮ বজাৰ লগে-লগে আৰম্ভ হ’ল ভোটগণনা; উৎকণ্ঠিত প্ৰাৰ্থী আৰু ৰাজ্যবাসী
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা
পাকিস্তান সেনাৰ বৃহৎ স্বীকাৰোক্তি: হাফিজ ছৈয়দ আৰু মাছূদ আজহাৰক ৰক্ষা কৰিবলৈ যুঁজ দিছে চুবুৰীয়া দেশে
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই