--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সূৰ্য্য পুত্ৰ শনিক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। জ্যোতিষত শনিক অতি গুৰুত্বপূৰ্ণ স্থান দিয়া হৈছে কাৰণ শনিয়ে কৰ্ম অনুযায়ী ফলাফল দিয়ে। শনিৰ কৃপাত ভিক্ষাৰীও ৰজা হয় আৰু শনি ৰুষ্ট হলে মানুহৰ জীৱন ধ্বংস হয়। ২৩ অক্টোবৰৰ পৰা ৪ ৰাশিৰ লোকৰ ওপৰত শনিৰ অশুভ প্ৰভাৱ পৰিব পাৰে বুলি কৈছে জ্যোতিষশাস্ত্ৰত। এনে পৰিস্থিতিত এইসকল লোকে ২০২৩ চনৰ ১৭ জানুৱাৰীলৈকে সজাগ হৈ থাকিব লাগিব।

এই ৰাশিৰ বাবে শনি অশুভ

১) মিথুন ৰাশি- শনিয়ে মিথুন ৰাশিৰ লোকক প্ৰতিকূল সময় দিব পাৰে। নিজৰ স্বাস্থ্যৰ যত্ন লওক। এলাহ পৰিহাৰ কৰক। শহুৰৰ ঘৰৰ লগত সম্পৰ্ক অৱনতি ঘটিব পাৰে।

২) বৃশ্চিক ৰাশি- শনিয়ে বৃশ্চিক ৰাশিৰ লোকসকলৰ জীৱনত অসুবিধা বৃদ্ধি কৰিব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান হ’ব লাগিব। সহকৰ্মীৰ লগত তৰ্ক নকৰিব। আপোনাৰ বাক্য নিয়ন্ত্ৰণ কৰক। চাকৰি-ব্যৱসায়ত সফলতা পাবলৈ হ’লে বহুত কষ্ট কৰিব লাগিব।

৩) ধনু ৰাশি- শনিয়ে ধনু ৰাশিৰ লোকৰ খৰচ বৃদ্ধি কৰিব পাৰে। ঋণ বাঢ়িব পাৰে। গতিকে বাজেট বনাই খৰচ কৰক। স্বাস্থ্যৰ যত্ন লওক। কাকো মিছা কথা নক’ব।

৪) মকৰ ৰাশি- শনি মকৰ ৰাশিত আছে আৰু এই ৰাশিত বিভিন্ন প্ৰভাৱ পৰিব। উত্তেজনা হ’ব। ব্যৱসায়ত সমস্যা হব পাৰে। খৰচ বাঢ়িব। ভাই-ভনীৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব।

শনিৰ বেয়া প্ৰভাৱৰ পৰা হাত সাৰিবলৈ প্ৰতিকাৰ

- প্ৰতি শনিবাৰে সৰিয়হৰ তেল দান কৰক।
- প্ৰতি শনিবাৰে পিপল গছৰ তলত সৰিয়হৰ তেলৰ চাকি জ্বলাওক।
- শনিৰ মন্ত্ৰ জপ কৰক।
- পঢ়ক শনি চলিছা।
- আৰ্তজনক সহায় কৰক। বিশেষকৈ অসহায়, পৰিশ্ৰমী শ্ৰমিকৰ লগত সন্মানেৰে কথা পাতক।
- চাফাই কৰ্মীৰ লগত সন্মানেৰে কথা পাতিব।
- দুখীয়া লোকক খাদ্য যোগান ধৰক।
- কুকুৰক খাদ্য দিয়ক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ