--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান ছুপাৰ লীগৰ খেল চলি আছে। ড্ৰেছিং ৰুমত ধূমপান কৰি আছে পাকিস্তানী ক্ৰিকেটাৰ ইমাদ ৱাছিমে। কেমেৰাত ধৰা পৰা বুলি উপলব্ধি কৰি তেওঁ লুকাল৷ ইমাদৰ এনে কাৰ্য দেখি সকলোৱে আচৰিত হৈ পৰিল।

পাক অলৰাউণ্ডাৰ ইমাদে যোৱা বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। যদিও তেওঁ পি এছ এলত খেলি আছে। সোমবাৰৰ খেলখন আছিল ইছলামবাগ ইউনাইটেড আৰু মুলতান চুলতানৰ মাজত। সেই মেচখনত ৩৫ বছৰীয়া ইমাদে ৪ অভাৰত ৫টা উইকেট দখল কৰিছিল। ইমাদৰ প্ৰভাৱত মহম্মদ ৰিজৱানৰ মুলটানে ১৫৯ ৰানত ৰৈ যায়। ইমাদে ৪ অভাৰত ২৩ ৰান দি ৫ উইকেট দখল কৰে। তেওঁৰ এই স্পেল পি এছ এলৰ ৯ বছৰীয়া ইতিহাসৰ শ্ৰেষ্ঠ। ইয়াৰ পূৰ্বে কোনো বলাৰেই পি এছ এলত ৫টা উইকেট ল’ব পৰা নাছিল।

৫টা উইকেট দখল কৰি ইমাদে ড্ৰেছিং ৰুমলৈ উভতি আহি চিগাৰেট এটা খালে। ছ’চিয়েল মিডিয়াত বিয়পি পৰিল একাধিক ছবি আৰু ভিডিঅ’। আৰু চাৰি-পাঁচ বছৰ ক্ৰিকেট খেলিব বিচৰা ইমাদক এতিয়ালৈকে শাস্তি দিয়া হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement