--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি ব্যায়াম নকৰে বা কৰিবলৈ ভাল নাপায় তেন্তে অন্ততঃ আপুনি পুৱা খোজ কাঢ়িবলৈ আৰম্ভ কৰিব লাগে। জাৰ্নেল অৱ এক্সাৰচাইজ নিউট্ৰিচন এণ্ড বায়’কেমিষ্ট্ৰীত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে খোজ কঢ়াটোৱে মেদবহুল মানুহৰ চৰ্বি জ্বলাবলৈ সহায় কৰিব পাৰে।  গৱেষকসকলে প্ৰকাশ কৰিছে যে খোজকঢ়া মানুহৰ শৰীৰৰ চৰ্বি আৰু কঁকালৰ মেদ হ্ৰাস পায়। যদি আপুনি খোজ কাঢ়ি ওজন কমাব বিচাৰে, তেন্তে আপুনি কিছুমান মৌলিক টিপছ জনাটো উচিত।

মানুহে দৈনিক ১ ঘণ্টা খোজ কাঢ়িব লাগিব লাগে। গোটেই সপ্তাহটো খোজ নাকাঢ়িলও সপ্তাহত ৫ দিন খোজ কঢ়াটো উচিত। খাদ্য খোৱাৰ পাছত চিধাই বিচনালৈ দৌৰি নগৈ ৫ মিনিট বহি ১০০০ খোজ কাঢ়িব লাগে। 

আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনে হৃদযন্ত্ৰ আৰু শৰীৰ সুস্থৰ বাবে দিনটোত ১০ হাজাৰ খোজ খোজ কাঢ়িবলৈ পৰামৰ্শ দিছে। দৈনিক খোজ কাঢ়িলে আপোনাৰ ষ্টেমিনা বৃদ্ধি পাব, যাৰ ফলত আপুনি অধিক শক্তিৰে খোজ কাঢ়িব পাৰিব আৰু অধিক কেলৰি জ্বলাব পাৰিব। 

২০১৬ চনৰ এক অধ্যয়নত এই কথাও প্ৰকাশ পাইছে যে দৈনিক ১০ হাজাৰ খোজে আপোনাৰ ওজন কমোৱাত দ্ৰুতগতিত সহায় কৰিব পাৰে। আপুনি আপোনাৰ দৈনন্দিন খোজসমূহ অনুসৰণ কৰিবলৈ ফিটনেছ বেণ্ড বা ফোন এপ বা স্মাৰ্টৱাচ ব্যৱহাৰ কৰিব পাৰে। নিয়মীয়াকৈ খোজ কাঢ়িলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ