--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভুল খাদ্যাভ্যাস আৰু অস্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ বাবে আমাক বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাই আগুৰি ধৰে। কেতিয়াবা আমি যি খাওঁ, তাৰ প্ৰত্যক্ষ প্ৰভাৱ শৰীৰৰ কোনোবা এটা অংশত পৰে। কিছুমান খাদ্যাভ্যাসেও আমাৰ চকুৰ ক্ষতি কৰিব পাৰে। হয়, আমি আমাৰ খাদ্য তালিকাৰ পৰা যিয়েই নাখাওঁ কিয়, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ চকুৰ ওপৰত পৰে।কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে  এনে কিছুমান খোৱাবস্তু আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত হৈ আছে, যিবোৰে আপোনাৰ দৃষ্টিশক্তিত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। যাৰবাবে আপোনাৰ চকুৰ দৃষ্টিশক্তিও দুৰ্বল হৈ পৰিব পাৰে। চকু সুস্থ কৰি ৰাখিবলৈ আপুনি কি কি বস্তু গ্ৰহণ কৰিব নালাগে জানো আহক। চকু সুস্থ কৰি ৰাখিবলৈ পৰাপক্ষত এইবোৰ বস্তু নাখাব।
 
ব্ৰেড আৰু পাস্তা
ব্ৰেড আৰু পাস্তাত পোৱা সৰল কাৰ্বহাইড্ৰেট চকুৰ দুৰ্বলতাৰ  কাৰণ  হ’ব পাৰে।  ব্ৰেডত পোৱা উপাদানবোৰে চকু দুৰ্বল কৰাৰ লগতে স্বাস্থ্যতো প্ৰভাৱ পেলাব পাৰে। আনহাতে, মানুহে পাস্তা খাই ভাল পায়, কিন্তু পাস্তা খালে চকুত বেয়া প্ৰভাৱ পৰে বুলি জানেনে।


শীতল পানীয়
যিকোনো ধৰণৰ শীতল পানীয় আপোনাৰ চকুৰ বাবে বেয়া হ’ব পাৰে। অত্যধিক চেনি সেৱন কৰিলে মেদবহুলতাৰ সম্ভাৱনা বৃদ্ধি পায়, লগতে অত্যধিক শীতল পানীয় সেৱন কৰিলে ডায়েবেটিছ হ’ব পাৰে, আনহাতে ডায়েবেটিছে চকুৰ দৃষ্টিশক্তি হ্ৰাস কৰে। গতিকে যদি আপুনি চকু সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে আপুনি শীতল পানীয় সেৱন বন্ধ কৰাটো উচিত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ