--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কভিড আক্ৰান্তৰ সংখ্যা৷ সাময়িকভাৱে কেইমাহমান কভিডমুক্ত হৈ স্বস্তিৰ জীৱনলৈ উভতি যাবলৈ দেশবাসীয়ে প্ৰয়াস কৰিছিলহে মাথোন, আকৌ কভিডৰ সংক্ৰমণ বৃদ্ধিয়ে উদ্বিগ্ন কৰি তুলিছে দেশবাসীক৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ভাৰতত দেওবাৰে কভিডত আক্ৰান্ত হয় ১২,৮৯৯গৰাকী লোক৷ নতুনকৈ সংক্ৰমিত লোকৰ সংখ্যা যোগ হোৱাৰ লগে লগে ভাৰতত এতিয়ালৈ কভিডত আক্ৰান্তৰ সংখ্যা ৪,৩২,৯৬,৬৯২লৈ বৃদ্ধি পালে৷ আনহাতে শেহতীয়া সংক্ৰমিত ৰোগীৰ সংখ্যা ৭২,৪৭৪লৈ বৃদ্ধি হৈছে। একেদৰেমৃত সংখ্যা ৫,২৪,৮৫৫লৈ বৃদ্ধি পাইছে আৰু ১৫গৰাকী লোকৰ নতুনকৈ মৃত্যু হৈছে৷

ভাৰতত দৈনিক পজিটিভিটীৰ হাৰ ২.৮৯ শতাংশ আৰু সাপ্তাহিক পজিটিভিটীৰ হাৰ ২.৫০ শতাংশ৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৬,৯৯,৩৬৪লৈ বৃদ্ধি হৈছে। মন্ত্ৰণালয়ৰ মতে, দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত দেশত এতিয়ালৈকে ১৯৬.১৪ কোটি কভিড-১৯ ভেকচিন প্ৰদান কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ