--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান দেশত ভেলেণ্টাইন উইক চলি আছে আৰু আজি ১৩ ফেব্ৰুৱাৰীত পালন কৰা হৈছে ‘কিছ ডে’। বিশ্বৰ বহু দেশৰ লোকে ‘কিছ ডে’ পালন কৰি আহিছে। কিন্তু আপুনি জানেনে যে বহু দেশ আছে য’ত যদি আপুনি মুকলিকৈ চুম্বন কৰিলে যাব লাগিব জেললৈ। এই তালিকাত ভাৰতৰ নামো অন্তৰ্ভুক্ত। ভাৰতত এই কাম কৰাসকলৰ বিৰুদ্ধে আই পি চিৰ ২৯৪ ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু অভিযুক্তক জেলপৰ্যন্ত প্ৰেৰণ কৰিব পাৰে। এনে বহু দেশ আছে য’ত কোনোবাই যদি মুকলিকৈ কিছ কৰে, তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। আহকচোন এই দেশবোৰৰ বিষয়ে আৰু ‘কিছ ডে’ত শাস্তি দিয়া নিয়মবোৰৰ বিষয়ে জানো।

 উল্লেখ্য যে উপসাগৰীয় দেশবোৰত বিবাহৰ পূৰ্বে এইসমূহ সম্পৰ্কক অপৰাধ বুলি গণ্য কৰা হয়। ইয়াত চুমা খাই থকা অৱস্থাত যদি আৰক্ষীয়ে ধৰে, তেন্তে জৰিমনা বিহা হয়। ইয়াৰ বাহিৰেও জেলপৰ্যন্ত হ’ব পাৰে। আপোনাৰ সংগীক মুকলিকৈ সাবটি ধৰিলেও আৰক্ষীয়ে আপোনাক ধৰিব পাৰে। হানিমুন দম্পতীয়েও ইয়ালৈ যোৱাৰ কথা খুব কমেইহে চিন্তা কৰে।

 ৰাজহুৱা স্থানত চুম্বন কৰাটো ভাৰতত নিষিদ্ধ। যদি আপুনি এই কাম কৰি ধৰা পৰিলে শাস্তি বিহিব পাৰে। আইপিচিৰ ২৯৪ ধাৰাত গোচৰ ৰুজু কৰিব পাৰে।

 ইয়াৰ বাহিৰেও মুছলমানৰ বৃহৎ জনসংখ্যা থকা ইণ্ডোনেছিয়াতো ইয়াক কঠোৰভাৱে পালন কৰা হয়। ইয়াতো ৰাজহুৱা স্থানত চুমা আদি নিষিদ্ধ। এনে কৰিলে হয়তো জেললৈ যাব লাগিব। ইয়াৰ উপৰি জৰিমনাও বিহা হয়।

 জাপান এনে এখন দেশ যিয়ে নিজৰ সংস্কৃতিক বহুত সন্মান কৰে। ইয়াতো ৰাজহুৱা স্থানত মুকলিকৈ চুম্বন কৰাটো অপৰাধ। ইয়াৰ বাবে জৰিমনা ভৰিবলগীয়া হ’ব পাৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক