--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি কিডনীৰ পাথৰৰ সমস্যা মানুহৰ মাজত বৃদ্ধি পোৱা দেখা গৈছে। অত্যধিক অক্সালেট সমৃদ্ধ খাদ্য গ্ৰহণ কৰিলেহে কিডনীৰ পাথৰৰ সমস্যা হয়। তদুপৰি পানী কমকৈ খালেও এই সমস্যা বাঢ়ে। গতিকে দৈনন্দিন জীৱনত পানীৰ সেৱন বৃদ্ধি কৰক। ইয়াৰ বাহিৰেও খাদ্যাভ্যাসৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব লাগিব। খোৱাবোৱাত অৱহেলা কৰিলে এই সমস্যা বাঢ়িব পাৰে। কিডনীৰ পাথৰ ৰোগীক যি খাদ্যত বীজ প্ৰচুৰ পৰিমাণে পোৱা যায়, সেই খাদ্য খাবলৈ চিকিৎসকে পৰামৰ্শ নিদিয়ে। 

ভুলতো বিলাহী নাখাব

বিলাহী এনেকুৱা এবিধ পাচলি যিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। আপোনালোকক কওঁ যে বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেল আৰু এণ্টিঅক্সিডেণ্ট থাকে। যিটো আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কেৱল এয়াই নহয়, ইয়াক ভিটামিন চিৰ উত্তম উৎস বুলি গণ্য কৰা হয়। কিন্তু এই ৰোগত ভুলতো বিলাহী খাব নালাগে।

বিলাহী বহু গুণেৰে ভৰপূৰ

বিলাহীত পোৱা গ্লুটাথিয়ন উপাদানে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সুস্থ কৰি ৰখাই নহয়, প্ৰষ্টেট কেন্সাৰৰ পৰাও আমাক ৰক্ষা কৰে। টমেটোত ভিটামিন চি, বিটাকেৰটিন, লাইকোপিন, ভিটামিন এ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়। গ্ৰীষ্মকালত ইয়াৰ সেৱন শৰীৰৰ বাবে অতি উপকাৰী।

বিলাহীত অক্সালেট থাকে, কিন্তু যদি ইয়াক সীমিত পৰিমাণে সেৱন কৰা হয় তেন্তে বৃক্কত পাথৰ হোৱাৰ পৰা হাত সাৰিব পাৰি। যদি আপুনি বিলাহীৰ প্ৰতি অতি আকৰ্ষিত তেন্তে গুটি আঁতৰ নকৰাকৈ কেতিয়াও নাখাব। যাতে আপোনাৰ পাথৰৰ সমস্যা নহয়। ইয়াৰ বাহিৰেও যদি আপোনাৰ আগতে পাথৰৰ সমস্যা হৈছে বা আল্ট্ৰাছাউণ্ডত অতি সৰু পাথৰৰ সন্দেহ দেখা গৈছে তেন্তে বিলাহী, বেঙেনা আৰু জলকীয়াৰ সেৱন কমাই দিব লাগে। পৰাপক্ষত বিলাহী নোখোৱাকৈ থাকিব পাৰিলেই ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী