--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেংগালুৰুত নিউজিলেণ্ডৰ বিৰুদ্ধে ৪০২ ৰান খেদি খেদি ৮১টা বলত ১২৬ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল। বৰষুণে খেল বন্ধ নকৰিলে পাকিস্তানে মেচখনত জয়ী হ’ব পাৰিলেহেঁতেন৷ ইয়াৰ পিছত এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত পাক ব’ৰ্ডে ফাখৰৰ আৰ্থিক পুৰস্কাৰ সম্পৰ্কে এটা বাৰ্তা প্ৰেৰণ কৰে।

পাকিস্তান ব’ৰ্ডৰ মতে, মেচখনৰ পিছত জাকাৰে ফখৰৰ সৈতে ফোনত কথা-বতৰা পাতিছিল। তেওঁলোকে ফখৰৰ ইনিংছক প্ৰশংসা কৰে। লগতে ১০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰে। আগন্তুক দিনতো ফখৰে দল জয় কৰিব বুলি আশা ৰাখে।

মন কৰিবলগীয়া যে পূৰ্বৰ মেচসমূহত পাকিস্তানী ক্ৰিকেটাৰসকলে ভাল খেল প্ৰদৰ্শন কৰিও কোনো ধৰণৰ আৰ্থিক পুৰস্কাৰ ঘোষণা কৰা হোৱা নাছিল। সেই দিশৰ পৰা এই সিদ্ধান্ত যথেষ্ট ব্যতিক্ৰমী। দলটোৰ ক্ৰিকেটাৰসকলে তিনিমাহ ধৰি দৰমহা পোৱা নাই। ইয়াৰ ভিতৰত প্ৰশ্ন উত্থাপন হয় যে এজন ক্ৰিকেটাৰক পৃথকে বঁটা দিয়াৰ সিদ্ধান্ত কিমান যুক্তিসংগত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ