--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক) ইডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতক অৰ্জন কৰি বিৰাট কোহলীয়ে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়। শতকৰ তালিকাতো শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰিলে।

মেচৰ মেন অৱ দ্য মেচৰ বঁটা গ্ৰহণ কৰাৰ সময়ত বিৰাটে কয়- ''এই মেচ আমাৰ বাবে বহুত ডাঙৰ মেচ আছিল। বিশ্বকাপৰ আটাইতকৈ কঠিন খেল। গতিকে এই মেচখনত ভাল প্ৰদৰ্শন কৰাটো প্ৰয়োজনীয় আছিল। সকলোৱে নিজৰ নিজৰ কাম কৰিছে। এই জয় আমাৰ জন্মদিনত অহাটো মোৰ বাবে অধিক গুৰুত্বপূৰ্ণ।''

ইডেনত বেটিং কৰিলে মসৃণ আৰম্ভণি নহ’ল। কেতিয়াবা তেওঁ বিপদত পৰিছিল। স্পিনাৰসকলে বলিং কৰিবলৈ সোমাই অহাৰ পিছত কেইবাটাও অফ বল হৈছিল। অৱশ্যে সেইটোৱে তেওঁক টলাব পৰা নাছিল।

বিৰাটে কয়- ''এই উইকেটত খেলাটো সহজ নাছিল। অ’পেনাৰৰ আৰম্ভণি বহুত ভাল আছিল বুলিও তেওঁ কয়। এই উইকেটত বেটিং কৰাটো সহজ যেন লাগিল। কিন্তু বলটো অলপ পুৰণি হোৱাৰ পিছত খেলাটো কঠিন হৈ পৰিল। উইকেটটো লেহেমীয়া হৈছিল। গতিকে মই শ্ৰেয়াছক মোৰ লগত পেয়াৰ আপ কৰিবলৈ ক’লোঁ। শ্ৰেয়াছে ঠিক তেনেকুৱাই কৰিলে। সেইবাবেই আমি ৩০০ পাৰ হ’বলৈ সক্ষম হ’লোঁ৷’’

বিৰাটে কয়, ‘এই উইকেটত ৩২৬ ৰান প্ৰয়োজনতকৈ বেছি আছিল। বলাৰৰ কাম আছিল মাথোঁ বলটো সঠিক ঠাইত আঘাত কৰা। তেওঁলোকে ভালকৈয়ে কৰিলে। এই জয়ত অতি সুখী।'']

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ