--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে উত্তৰ কোৰিয়া ভ্ৰমণৰ সময়ত দেশখনৰ একনায়কত্ববাদী কিম জং উনৰ সৈতে দ্বিপাক্ষিক কৌশলগত ব্যাপক অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰে। তেওঁৰ এই কাৰ্যৰ পিছত দক্ষিণ কোৰিয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

উত্তৰ কোৰিয়া ভ্ৰমণৰ বাবে মঙলবাৰে পিয়ংইয়াং বিমানবন্দৰত উপস্থিত হয় পুটিন। বুধবাৰে পুটিন আৰু কিমৰ মাজত বৈঠকত মিলিত হয়। তাতেই দুয়োগৰাকী নেতাই চুক্তিত স্বাক্ষৰ কৰে। বৈঠকৰ অন্তত পুটিনে কয় যে, “দুয়োখন দেশৰ মাজত এক বিস্তৃত অংশীদাৰিত্ব চুক্তি স্বাক্ষৰিত হৈছে। ইয়াত আক্ৰমণাত্মকতাৰ ক্ষেত্ৰত পাৰস্পৰিক সহায়ৰ প্ৰসংগ আছে।''

তাৎপৰ্যপূৰ্ণভাৱে উত্তৰ কোৰিয়াৰ ৰাজধানীত বহি ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে শেহতীয়াকৈ আমেৰিকা আৰু নাটো নেতৃত্বাধীন সামৰিক মিত্ৰজোঁটৰ অন্যান্য সদস্যসকলে ইউক্ৰেইনলৈ দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ আৰু এফ-১৬ যুদ্ধ বিমান যোগান ধৰাৰ ওপৰত দিয়া ভাষণৰ কথাও উল্লেখ কৰে।

আনহাতে কিমে কয় যে যদি ৰাছিয়াই যুদ্ধলৈ যায় তেন্তে উত্তৰ কোৰিয়াই নিঃসংকোচে কাষত থিয় দিব। ইউক্ৰেইনত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত হোৱা যুদ্ধৰ পিছত পুটিনে বিবেচনা কৰা উচিত যে ভৱিষ্যতে ৰাছিয়াৰ বাবে কোন অধিক গুৰুত্বপূৰ্ণ হ’ব।\

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক