--°C
Loading...
Listen to Article
2 min read
80%
১০ ফেব্ৰুৱাৰী,২০২২, বৃহস্পতিবাৰ মেষ-আ্জি আপুনি ভিন্ন কামত ভীষণ ব্যস্ত থাকিব। পৰিয়ালক গুৰুত্ব প্ৰদান কৰক। প্ৰেমত মৰম বৃদ্ধি। ভ্ৰমণত শুভ। বৃষ-দিনটো খেলিমেলিৰ মাজেৰে পাৰ হ'ব। প্ৰেমত সন্দেহ আহিব। শৰীৰত ধ্যান দিয়ক। আলহী আহিব। মিথুন-দুঃচিন্তা হʼব পাৰে৷ মানসিক অশান্তি আৰু হতাশা হʼব পাৰে৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক৷ সন্ধিয়াৰ পৰা মন ফৰকাল হʼব। কৰ্কট-আয় বৃদ্ধি। ব্যৱসায়ত সফল হʼব৷ প্ৰেমত শুভ৷ শিক্ষাৰ্থীৰ পঢ়াত মন নবহিব। সিংহ-কথা চালি-জাৰিহে কʼব। জীৱনক লৈ চিন্তা হ’ব পাৰে৷ পৰিয়ালৰ লগত সম্পর্ক মধুৰ৷ প্ৰেমক অৱহেলা নকৰিব। কন্যা-আঘাত পাব পাৰে। আজি ভ্ৰমণ নকৰাই ভাল। সুষম খাদ্য খাওক। প্ৰেমত মধুৰতা থাকিব। তুলা-দিনটো শুভ৷ জীৱনলৈ নতুনত্ব আহিব৷ প্ৰশংসা পাব৷ কণ্ঠশিল্পী-সাহিত্যিকৰ শুভ।আয় বৃদ্ধি বৃশ্চিক-ব্যৱসায়ত ব্যস্ত হʼব পাৰে৷ কর্মব্যস্ততাই ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব৷ ধৈৰ্য্যশীলসকল লাভৱান হ’ব৷ ধনু-মানুহৰ পৰা সমাদৰ পাব। কর্মত মনোযোগ দিয়ক৷ প্ৰায় সফল হʼব। ভ্ৰমণত শুভ। মকৰ-দিনটোৰ আৰম্ভণি ভাল হ’ব৷ নিজৰ কর্মত মনোযোগ দিয়ক৷ সফল হʼব৷ মাতৃস্থান শুভ। কুম্ভ ৰাশি: কাজিয়া নকৰিব। খং নিয়ন্ত্ৰণ ৰখাটো আপোনাৰ পক্ষে মংগল। অচিনাকিজনৰ লগত বেছি হলিগলি নকৰিব। মীনঃ আপোনাৰ কথাই কাৰোবাক আঘাত দিব পাৰে। প্ৰেমত সাফল্য। শিক্ষাৰ্থীৰ শুভ। খৰচ বৃদ্ধি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ