--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৰ’নাৰ দ্বিতীয়টো ঢৌত বিধ্বস্ত হৈ পৰিছে ভাৰত৷ দেশত প্ৰতিদিনে লক্ষাধিক লোক কৰ’নাত আক্ৰান্ত হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৪ ঘণ্টাত ৩ লাখ ২৩ হাজাৰ ১৪৪জন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু ঘটিছে ২,৭৭১জন লোকৰ৷

আৰু পঢ়িব পাৰিব : বন্ধ থাকিব শিক্ষানুষ্ঠান ! এদিনতে ৩ সহস্ৰাধিক লোক আক্ৰান্ত কৰ’নাত…

ইপিনে উত্তৰ প্ৰদেশ, কৰ্ণাটকত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ৷ উত্তৰ প্ৰদেশত ৩৭ হাজাৰৰো অধিক লোক আক্ৰান্ত, কৰ্ণাটকত ২৯ হাজাৰ আক্ৰান্ত হয়৷ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে আজিৰেপৰা কৰ্ণাটকত ১৪দিনীয়া লকডাউন জাৰি কৰা হৈছে৷ মহাৰাষ্ট্রতো আক্ৰান্ত হৈছে ৬৭ হাজাৰৰো অধিক লোক৷

আৰু পঢ়িব পাৰিব : পৰৱৰ্তী সপ্তাহ পৰ্যন্ত অভাৱ নহয় আইচিইউ আৰু বিচনাৰ ! হিমন্ত বিশ্ব

ইপিনে দেশত এতিয়ালৈকে মুঠ ১৪,৫১,৭১,১৮৬ জনক প্ৰদান কৰা হৈছে ভেকচিন৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ