--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ ৰাজধানী চহৰখন নতুন দিল্লীত অধিক আক্ৰান্ত হৈছে চিকিৎসক তথা স্বাস্থ্যকৰ্মী৷ চিকিৎসক আক্ৰান্ত হোৱাত নাটনি হৈছে চিকিৎসক৷ বিমোৰত পৰিছে স্বাস্থ্য বিভাগ, চিন্তিত দিল্লী চৰকাৰ৷ কৰ'নাৰ ভয়াবহকতাৰ ওপৰত লক্ষ্য ৰাখি দিল্লীত ঘোষণা হৈছে সপ্তাহান্তিক লকডাউনৰ৷

আৰু পঢ়িব পাৰিব : মহানগৰীত উদ্ধাৰ অৰ্ধগলিত এগৰাকী যুৱতীৰ মৃতদেহ

শুকুৰবাৰে নিশা ১০ বজাৰ পৰা সোমবাৰৰ পুৱালৈ হ'ব লকডাউন৷ বন্ধ থাকিব শ্বপিং মল, জীম, অডিট’ৰিয়াম৷ মাত্ৰ ৩০ শতাংশ দৰ্শকেৰে চলিব চিনেমা হ'ল৷ উত্তৰ প্ৰদেশৰ কেইবাখনো চহৰত নৈশ সান্ধ্য আইন ঘোষণা৷

আৰু পঢ়িব পাৰিব : বিহুৰ দিনাই পাষণ্ড পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে বৃদ্ধ পিতৃক

ৰাজস্থানতো ঘোষণা হৈছে সপ্তাহান্তিক লকডাউন৷ ওডিশাৰ চহৰ অঞ্চলত নৈশ সান্ধ্য আইন ঘোষণা প্ৰশাসনৰ৷ ইপিনে সমগ্ৰ দেশতে কালৰূপ লৈছে কৰ’নাই৷ কালিৰ দিনটোতে আক্ৰান্ত ২ লাখৰো অধিক লোক৷ আনহাতে মৃত্যু হৈছে ১,১৮৩ জন লোকৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ