--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কৰ’নাকালৰ দুৰ্যোগৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। এইবাৰ চলচ্চিত্ৰ নিৰ্মাণ কৰি নৱাগত চলচ্চিত্ৰ নিৰ্মাতাৰ বঁটা লাভ কৰিছে জনপ্রিয় অভিনেত্ৰী আইমী বৰুৱাই। চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে বিশেষ সন্মান লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : নাৰকীয় : ৰাজ্যত ধৰ্ষণ-হত্যাৰ বলি আন এগৰাকী কনমাণি

আঞ্চলিক ভাষাৰ ছবি নিৰ্মাণ কৰি Tagore international film festivalত এই ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। প্ৰথমখন ডিমাছা ভাষাৰ ছবি 'Semkhor'ৰ বাবে তিনিটা শিতানত বঁটা লাভ কৰিছে জনপ্ৰিয় অভিনেত্ৰী তথা নৱাগতা পৰিচালিকাগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : তৃণমূলৰ গুণ্ডাৰাজ! সাৰি নগ’ল কেন্দ্ৰীয় মন্ত্ৰীৰ কনভয়ো

Tagore international film festivalত ডিমাছা ভাষাৰ প্ৰথমখন ছবি Semkhorৰ বাবে Best narrative, Best women film, Best debut film makerৰ বঁটা লাভ কৰিছে আইমী বৰুৱাই। উল্লেখ্য যে, ছবিখনৰ মুখ্য চৰিত্ৰত আইমী বৰুৱাই নিজে অভিনয় কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ