--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ ক্ৰিকেটাৰ ডেনিয়েল ৱায়াটে শেহতীয়াকৈ এটা ইনষ্টাগ্ৰাম ষ্ট’ৰী শ্বেয়াৰ কৰিছে। অৰ্জুন টেণ্ডুলকাৰৰ সৈতে ৰেষ্টুৰেণ্ট এখনত মধুৰ সময় অতিবাহিত কৰা দেখা গৈছে দুয়োকে। আৰু এই ছবিখনে এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

মন কৰিবলগীয়া যে, শচীন পুত্ৰ এই মুহূৰ্তত ইংলেণ্ডত আছে। ডেনিয়েল তেওঁৰ বেষ্ট ফ্ৰেণ্ড। ক্ৰিকেটাৰ দুগৰাকীৰ মাজত আছে সৌহাৰ্দপূৰ্ণ সম্পৰ্ক। পূৰ্বেও বহুসময়ত অৰ্জুন আৰু ডেনিয়েলেক এনেদৰে দেখা গৈছে। ২০০৯ চনত প্ৰথম সাক্ষাত হৈছিল দুয়োৰে। ডেনিয়েল কেৱল ভাল ক্ৰিকেট খেলাৰ বাবেই নহয়, ভাৰতীয় ক্ৰিকেটাৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ বাবেও বাতৰিৰ শিৰোনামত অহা দেখা যায়। ২০১৪ চনত ডেনিয়েলেও ৰাজহুৱাভাৱে কোহলীক বিবাহৰ প্ৰস্তাৱ দিছিল।

আনহাতে, বিগত আইপিএলৰ নিলামত মুম্বাই ইণ্ডিয়ানছে ২০ লাখ টকাত অৰ্জুনক ক্ৰয় কৰিছিল। কিন্তু আঘাতৰ বাবে ২২ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে মুম্বাইৰ হৈ এখনো মেচ খেলিব নোৱাৰিলে।  ৪৮ কোটি টকাত নিলাম কৰাৰ পিছত মুম্বাইয়ে পুনৰ ৩০ লাখ টকাত ক্ৰয় কৰিছিল অৰ্জুনক। কিন্তু অৰ্জুনে এই ছিজনতো মূল একাদশত দেখিবলৈ পোৱা নগ’ল। শেহতীয়াকৈ এই কথাষাৰো বহুলভাৱে চৰ্চিত হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ