--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱীৰ শ্ৰেষ্ঠ সুদৰ্শন পুৰুষ কোন বুলি ক’লেই মনলৈ আহে হলিউডৰ জনপ্ৰিয় অভিনেতা ৰবাৰ্ট পেটিনছনৰ কথা। অৱশ্যে দুবছৰ ধৰি তেওঁ এই খিতাপ দখল কৰি আছে যদিও এইবাৰ তেওঁ প্ৰথম নহয়। কিম তাহিয়ুং তেওঁৰ পাছতে আটাইতকৈ সুদৰ্শন পুৰুষ হিচাপে পৰিগণিত হৈছে।

 কিম তাহিয়ুং অৰ্থাৎ যাক সকলোৱে বি টি এছ এৰ ‘ভি’ বুলি চিনি পায়। অৱশ্যে হলিউডক এৰি থৈ যোৱা কেৱল তেওঁ নহয়। এৰি থৈ গ’ল সকলো অধিক বিখ্যাত তৰা-ষ্টেড মানুহ। বিশ্বৰ আটাইতকৈ সুদৰ্শন পুৰুষৰ তালিকাত দ্বিতীয় স্থানত আছে আমেৰিকান অভিনেতা, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ পল ৰুড। তৃতীয় স্থানত ৰবাৰ্ট পেটিনছন আৰু চতুৰ্থ স্থানত আছে বলীউডৰ অভিনেতা ঋতিক ৰোচন।

 এই তালিকাত প্রাক্তন ফুটবলাৰ ডেভিদ বেকহামও শীৰ্ষ পাঁচটাৰ ভিতৰত আছে। একে সময়তে আমেৰিকাৰ অভিনেতা টম ক্ৰুজকো বিশ্বৰ অন্যতম সুদৰ্শন পুৰুষ হিচাপে উল্লেখ কৰা হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
বৰক্ষেত্ৰীত জুইৰ লেলিহান শিখাত জাহ গ’ল ৫খনকৈ দোকান, ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে