--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অভিযানৰ সময়ত জালনোটৰ বান্দোল সমূহৰ লগতে তিনিটা HP ৰঙীন প্ৰিন্টিং মেচিন আৰু বৃহৎ পৰিমাণৰ নোট ছপা কৰা কাগজৰ বান্দোল জব্দ কৰিছে আৰক্ষীয়ে।

ডিজিটেল ডেস্কঃ কলিয়াবৰৰ উলুৱনী আৰক্ষী থানা এলেকাধীন ১নং বৰঘূলীত নিশা আৰক্ষীয়ে অভিযান চলাই এটা জালনোট ব্যৱসায়ীক আটক কৰে।


জালনোট ব্যৱসায়ী মুজিবুৰ ৰহমানৰ জিম্মাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১কোটি ২০ লাখ টকাৰ জালনোট।


গোপন খবৰৰ ভিত্তিত চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈ আৰু সহকাৰী উপ পৰিদৰ্শক মৃদুল নাথৰ নেতৃত্বত আৰক্ষীৰ এটি দলে নিশা মুজিবুৰ ৰহমানৰ ঘৰত তালাচী চলোৱাত মুজিবুৰৰ শোৱনী কোঠাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২৪০ টা ৫০০ শ টকীয়া জালনোটৰ বান্দোল ।


অভিযানৰ সময়ত জালনোটৰ বান্দোল সমূহৰ লগতে তিনিটা HP ৰঙীন প্ৰিন্টিং মেচিন আৰু বৃহৎ পৰিমাণৰ নোট ছপা কৰা কাগজৰ বান্দোল জব্দ কৰিছে আৰক্ষীয়ে।


বিগত চাৰিদিন ধৰি ১ নং বৰঘূলীৰ মুজিবুৰ ৰহমানৰ ঘৰত বৃহৎ এটি জালনোট চক্ৰই জালনোট সমূহ প্ৰিণ্ট কৰি থকা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি দিছে ধৃত মুজিবুৰ ৰহমানে।


ঘটনা সন্দৰ্ভত চুলুং আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ