--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেওবাৰে ভাৰতে মালদ্বীপৰ সৈতে ৫০ মিলিয়ন মাৰ্কিন ডলাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰে৷ এই কথা জানিবলৈ দিয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে৷ তেঁও কয়, "ভাৰত সদায় দ্বীপৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষাৰ বিশ্বস্ত সহযোগী হৈ থাকিব।"

আৰু পঢ়িব পাৰিব : ৪জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰিলে ব্যৱসায়িক : ঘটনাস্থলীত উদ্ধাৰ খালী মেগজিন…

সামুদ্ৰিক সক্ষমতা গঢ়ি তোলাৰ সংকল্পৰে দ্বীপ ৰাষ্ট্ৰখনৰ সৈতে ভাৰতে ৫০মিলিয়ন মাৰ্কিন ডলাৰ লাইন অৱ ক্ৰেডিট চুক্তি স্বাক্ষৰ কৰিছে। দুদিনীয়া ভ্ৰমণেৰে মালদ্বীপলৈ যোৱা বৈদেশিক মন্ত্ৰীগৰাকীয়ে টুইটযোগে সদৰী কৰিছে। “প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া দিদিৰ সৈতে আমাৰ প্ৰতিৰক্ষা সহযোগিতা সম্পৰ্কীয় মত বিনিময় হয়। ভাৰত সদায় মালদ্বীপৰ বাবে এক বিশ্বস্ত নিৰাপত্তা অংশীদাৰ হৈ থাকিব।” বৈদেশিক মন্ত্ৰী জয়শংকৰে টুইট কৰি কয়।

আৰু পঢ়িব পাৰিব : নিৰাপত্তাৰক্ষীৰ জালত দুই লস্কৰ ঈ তৈবা সন্ত্ৰাসবাদী

“মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া দিদিৰ সৈতে ইউটিএফ হাৰ্বাৰ চুক্তি কৰি আমি আনন্দিত। ই মালদ্বিভিয়ান উপকূলৰক্ষীৰ সামৰ্থ্য শক্তিশালী কৰাৰ লগতে আঞ্চলিক এইচএডিআৰ প্ৰচেষ্টাক সহজ কৰি তুলিব। এই প্ৰচেষ্টা হৈছে বিকাশৰ সহযোগিতা, নিৰাপত্তাৰ সহযোগিতা।” তেওঁ লগতে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ