--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গাজা-ইজৰাইলৰ সংঘাত অজিৰ সংঘাত নহয়। গাজা- ইজৰাইলৰ মাজৰ সংঘৰ্ষ দীৰ্ঘদিনীয়া এক জটিল সংঘৰ্ষ, যাৰ অন্তৰালত আছে ক্ষেত্ৰীয়, ধৰ্মীয় আৰু ৰাজনৈতিক কাৰক। এনেধৰণৰ হিংসাত্মক সংঘাত ২০০৮-০৯, ২০১২, ২০১৪ , ২০২১ চনত গা কৰি উঠা পৰিলক্ষিত হৈছিল। শেহতীয়াকৈ ২০২৩ চনৰ শেষৰ ফালে আৰু অতি সাম্প্ৰতি গজা ইজৰাইলৰ সংঘৰ্ষই  জোঁকাৰি গৈছে সমগ্ৰ বিশ্ব
 
ইহুদী ৰাষ্ট্ৰখনে  আমেৰিকা, কাটাৰ আৰু ইজিপ্তৰ মধ্যস্থতাত, ১৫ আগষ্টত ডোহা বা কায়ৰোত অনুষ্ঠিত হ’ব লগা গাজা যুদ্ধবিৰতি আলোচনাত  বহিবলৈ সন্মতি প্ৰদান কৰিছে বুলি, বৃহস্পতিবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিবৃতিৰ জৰিয়তে জানিব পৰা গৈছে।

এক যৌথ বিবৃতিৰ জ়ৰিয়তে কাটাৰ, ইজিপ্ত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতাসকলৰ দ্বাৰা প্ৰস্তাৱিত গাজা যুদ্ধবিৰতি চুক্তিৰ বাকী থকা সকলো ব্যৱধান দূৰ কৰি, অনতিপলমে ইয়াক কাৰ্যকৰী কৰিবৰ বাবে ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছকো ১৫ আগষ্টত জৰুৰী আলোচনা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।

'এই সময় পণবন্দী আৰু কাৰাবন্দী সকলক মুক্তি প্ৰদান কৰি, যুদ্ধবিৰতি চুক্তিৰ পৰি সমাপ্তি  ঘটোৱাৰ সময়' বুলিও যৌথ বিবৃতিটোত উল্লেখ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক