--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শৰীৰত এই ভিটামিনৰ অভাৱৰ বাবে কম বয়সতে চুলি পকা সমস্যা হ’ব পাৰে। এনে পৰিস্থিতিত এইসমূহ টিপছে আপোনাৰ বাবে বগা চুলি ক’লা কৰাত সহায় কৰে। শৰীৰত কিছুমান ভিটামিনৰ অভাৱে চুলি ধূসৰ কৰে। দৰাচলতে চুলিৰ ৰং সঠিক কৰি ৰখাত মেলানিন আৰু কলাজেনে ডাঙৰ ভূমিকা পালন কৰে। কিন্তু যেতিয়াই শৰীৰত এইবোৰৰ অভাৱ হয়, তেতিয়া চুলিবোৰ অকালতে পকিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত এই ভিটামিনবোৰৰ সহায় লৈ চুলি ৰং পুনৰ ক’লা কৰিব পাৰে।

 কোনটো ভিটামিনে চুলি ৰং ক’লা কৰে-

চুলি ৰং ক’লা কৰাত ভিটামিন-ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আচলতে ই একপ্ৰকাৰৰ ভিটামিন, যিয়ে শৰীৰত কলাজেন আৰু মেলানিন বৃদ্ধি কৰাৰ লগতে চুলিৰ ৰং ৰক্ষা আৰু উন্নত কৰাত সহায় কৰে। গতিকে যদি আপোনাৰ চুলি দ্ৰুতগতিত ধূসৰ হৈ আছে তেন্তে আপুনি আপোনাৰ শৰীৰত ভিটামিন-ই পৰিমাণ বৃদ্ধি কৰিব লাগে।

 ধূসৰ চুলিৰ বাবে ভিটামিন-ই কেনেকৈ খাব লাগে?

১. ভিটামিন-ইযুক্ত খাদ্য খাব লাগে। ইয়াৰ অভাৱ দূৰ কৰাৰ প্ৰথম উপায় হ’ল খাদ্যত ভিটামিন-ই পৰিমাণ বৃদ্ধি কৰা। ইয়াৰ বাবে নিয়মীত খাদ্য তালিকাত আলমণ্ড, বাদাম, পালেং শাক আৰু ৰঙলাও গুটি খাব পাৰে।

২. ভিটামিন-ই কেপচুলঃ-চুলিৰ বাবে ভিটামিন-ইসমৃদ্ধ কেপচুল ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি নিয়মীতভাৱে ভিটামিন-ই কেপচুলৰ লগত নাৰিকল তেল মিহলাই চুলিত লগাব পাৰে। দ্বিতীয়তে ইয়াৰ পৰা চুলিৰ মাস্ক প্ৰস্তুত কৰিব পাৰে আৰু ইয়াৰ বাবে ভিটামিন-ই কেপচুলৰ লগত এলোভেৰা মিহলাই চুলিত লগাব পাৰে। এনে কৰিলে আপোনাৰ চুলিখিনি ভিতৰৰ পৰা ক’লা হোৱাত সহায় কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ