--°C
Loading...
Listen to Article
2 min read
80%
২৯ মাৰ্চ ২০২৩, বুধবাৰ

মেষ- বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ মানসিক স্বাস্থ্য আৰু অধিক ভাল হ’ব। ব্যৱসায়ত ধন বিনিয়োগ কৰিলে লাভৰ সন্মুখীন হ’ব। কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব। শুভ সংখ্যা ৫, শুভ ৰং মেৰুণ।

বৃষ- কোনো লোকক আৰ্থিক সহায় কৰিলে আপোনাৰ আৰ্থিক অবস্থা দুৰ্বল হ’ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পইচাকলৈ কাজিয়া হ’ব পাৰে। শুভ সংখ্যা ১ ,শুভ ৰং নীলা।

মিথুন- সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হ’ব পাৰে। খৰচৰ মাত্ৰা বৃদ্ধি হ’ব। কৰ্মক্ষেত্ৰত সুনাম লাভ কৰিব। শুভ সংখ্যা ৬,শুভ ৰং ৰঙা।

কৰ্কট- আপোনাৰ ব্যক্তিগত ভাৱনা বা কোনো গোপনীয় কথা আজি কাকো নক’ব। বদ অভ্যাস এৰাই চলিব। প্ৰেমত শুভ। শুভ সংখ্যা ৯,শুভ ৰং বগা।

সিংহ- অসহায় মানুহক সহায় কৰক। মনত শান্তি লাভ কৰিব। হাতলৈ হঠাতে ধনৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীৰ বাবে চিন্তা বাঢ়িব। শুভ সংখ্যা ১,শুভ ৰং হালধীয়া।

কন্যা- আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধিক গুৰুত্ব সহকাৰে লওক। আপোনাৰ কামৰ প্ৰশংসা আন কোনোবাই পাব পাৰে, যি কথাই আপোনাক দুখ দিব। চোৰৰ পৰা সাৱধান। শুভ সংখ্যা ৭, শুভ ৰং গুলপীয়া।

তুলা- সকলো কথাতে ভাবি-চিন্তিহে মন্তব্য কৰিব। প্ৰশংসা শুনিলেও লুকাই থকা শত্ৰুবোৰক চিন পাব। সকলো কামত পৰিয়ালৰ সমৰ্থন নাপাব। শুভ সংখ্যা ৭ , শুভ ৰং বগা।

বৃশ্চিক- দিনটোত খং কমাই কৰিব। খং উঠি থাকিলে হঠাতে কাকো একো নক’ব। বিশেষ কিছুমান লাভৰ ইংগিত আছে। প্ৰেমত সাৱধান হ’ব। শুভ সংখ্যা ৮ ,শুভ ৰং ৰূপালী।

ধনু- আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ’ব।পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পুৰণি বন্ধুক লগ পাব পাৰে। শুভ সংখ্যা ৬, শুভ ৰং মুগা।

মকৰ- দিনটো সুখেৰে ভৰা হ’ব। ভাবি থকা বহু দিনৰ মনৰ বাঞ্চা পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সচেতন হৈ থাকিব। শুভ সংখ্যা ৩, শুভ ৰং কমলা।

কুম্ভ- ওচৰ-চুবুৰীয়াৰ সৈতে সাৱধানে থাকিব। কন্দল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালক সময় দিলে দিনটো ভালদৰে পাৰ হ’ব। শুভ সংখ্যা ৩,শুভ ৰং সোণালী।

মীন- আপোনাৰ ব্যৱহাৰে আনক আকৃষ্ট কৰিব। প্ৰেমত শুভ। আত্মবিশ্বাস বৰ্তি থাকিব।বিবাহৰ প্ৰাৰ্থীসকলৰ বাবে ভাল খবৰ আহিব। শুভ সংখ্যা ২,শুভ ৰং আকাশী নীলা। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক