--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰতিপালিত ৪০০ টকাকৈ কোভিশ্বিল্ড ক্ৰয় কৰিব লাগিব ৰাজ্যসমূহে। আনহাতে বেচৰকাৰী চিকিৎসালয়ৰ কাৰণে কোভিশ্বিল এপালিৰ দাম হ’ব ৬০০টকা। কোভিশ্বিল্ড প্ৰস্তুতকাৰী ছেৰাম ইনষ্টিটিউটে এইকথা প্ৰকাশ কৰিছে। ১৮ৰ ওপৰৰ সকলো লোককে ক’ভিড প্ৰতিষেধক প্ৰদানৰ বিষয়ে কেন্দ্ৰই ঘোষণা কৰাৰ পাছতে এই তথ্য প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে। ১ মে’ৰ পৰা তৃতীয় পৰ্যায়ত ১৮ৰ ঊৰ্ধ্বৰ সকলো লোককে প্ৰতিষেধক প্ৰদান কৰাৰ কথা।

আৰু পঢ়িব পাৰিব:ক’ভিড সংকট : চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰিয়ংকাৰ

আনহাতে কেন্দ্ৰীয় চৰকাৰে প্ৰতিপালিত ১৫০টকাকৈ দামতে লাভ কৰি থাকিব কোভিশ্বিল্ড। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চিকিৎসালয় তথা প্ৰতিষ্ঠানৰ পৰা প্ৰতিষেধক গ্ৰহণ কৰাটো অধিক কম খৰচী হ’ব। ছেৰাম ইনষ্টিটিউটে প্ৰকাশ কৰিছে যে, ইয়াৰ পাছতো বিদেশী প্ৰতিষেধকৰ তুলনাত কম খৰচী হ’ব দেশীয় ক’ভিড প্ৰতিষেধক।

আৰু পঢ়িব পাৰিব:বন বিভাগৰ অভিযানঃ জব্দ অগৰুভৰ্তি ট্ৰাক

চৰকাৰৰ নতুন নীতি অনুসৰি বিদেশৰ পৰা ৰপ্তানি কৰা প্ৰতিষেধক প্ৰতিপালিত ৭৫০ৰপৰা ১৫০০টকাত ক্ৰয় কৰিব লাগিব। ৫০ শতাংশ প্ৰতিষেধক কেন্দ্ৰৰ হাতত মজুত থাকিম আৰু বাকীখিনি ৰাজ্যসমূহ আৰু বেচৰকাৰী চিকিৎসালয়ৰ মাজত ভগাই দিয়া হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ