--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশ ভয়াৱহ সংকটৰ সন্মুখীন হোৱাৰ পাছতে চৰকাৰে বিৰোধী দলবোৰক বিশ্বাসত নোলোৱা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। ক’ভিড মহামাৰীয়ে দেশৰ স্বাস্থ্যখণ্ডক সংকটৰ গৰাহলৈ ঠেলি দিয়াৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ সমালোচনা কৰিছে প্ৰিয়ংকাই।

আৰু পঢ়িব পাৰিব:বহিঃৰ্বিশ্বৰে সংযোগ বিচ্ছিন্ন! কৰ’নাই অকলশৰীয়া কৰিব নেকি ভাৰতক?

এই সংকটৰ সময়ত সমগ্ৰ দেশ একগোট হৈ থিয় হোৱাৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ পৰামৰ্শক কেন্দ্ৰীয় চৰকাৰে ঠাট্টা-মস্কৰা কৰা বুলি অভিযোগ কৰি তেওঁক তীব্ৰ সমালোচনা কৰে প্ৰিয়ংকাই। সংবাদ প্ৰতিষ্ঠানক দিয়া এটা সাক্ষাৎকাৰত তেওঁ কয় যে, প্ৰধানমন্ত্ৰীয়ে এতিয়া তেওঁৰ ‘জনসম্পৰ্কৰ অভিযান’ বন্ধ কৰা উচিত আৰু এই সংকটৰ বিষয়ে বিৰোধী দল আৰু অন্যান্য লোকৰ সৈতে কথা পতা উচিত।

আৰু পঢ়িব পাৰিব:সাময়িক সকাহ! দিল্লীৰ চিকিৎসালয়লৈ অক্সিজেনৰ নতুন যোগান

তেওঁ অভিযোগ কৰে যে, কেন্দ্ৰই আনকি পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰেও কথা পাতিবলৈ ইচ্ছুক কিন্তু বিৰোধী দলৰ নেতাৰ সৈতে নহয়। ‘মই নাভাবোঁ যে, আজিৰ দিনটোত কোনো বিৰোধী নেতাই ইতিবাচক তথা গঠনমূলক পৰামৰ্শ নিদিয়াকৈ থাকিব। সকলো বিৰোধী দলেই কৈ আছে যে, আমি সকলো কেন্দ্ৰৰ সৈতে আছোঁ।’ প্ৰিয়ংকাই কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ