--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইদলী প্রস্তুত কৰোঁতে প্লাষ্টিকৰ ব্যৱহাৰ কৰাটো কৰ্ণাটক চৰকাৰে সমগ্ৰ ৰাজ্যত নিষিদ্ধ কৰিছে।

 এনেধৰণে প্রস্তুত কৰাৰ পাছত ইদলীত কৰ্কট ৰোগ উৎপন্নকাৰী উপাদান পোৱাৰ পাছত চৰকাৰে এই নির্দেশ জাৰি কৰে। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্রী দীনেশ গুণ্ডু ৰাৱে কয় যে কর্ণাটক খাদ্য সুৰক্ষা বিভাগে এই কথা জানিব পাৰিছিল যে ৰাজ্যখনৰ ৫২খন হোটেলে ইদলী প্রস্তুত কৰিবলৈ পলিথিন শ্বীট ব্যৱহাৰ কৰে। 

স্বাস্থ্য বিভাগে ইয়াৰ পাছত ৰাজ্যখনৰ বিভিন্ন হোটেলৰ পৰা ইদলীৰ ২৫১টা নমুনা আনি পৰীক্ষা কৰে। পৰীক্ষাত পোৱা যায় যে ৫২ টা নমুনাত পৰম্পৰাগতভাৱে কাপোৰ ব্যৱহাৰ কৰাৰ সলনি প্লাষ্টিক আৱৰণ ব্যৱহাৰ কৰিছিল। মন্ত্রীজনে কয় যে এনে কৰা উচিত নহয়, কাৰণ প্লাষ্টিকত কর্কট উৎপন্নকাৰী উপাদান থাকে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ