--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৃষি আইনবিৰোধী কৃষকৰ প্ৰতিবাদক লৈ পুনৰ কেন্দ্ৰক সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। শনিবাৰে ৰাহুলে কেন্দ্ৰক সমালোচনা কৰি পুনৰ কয় যে, ভাৰতৰ অন্নদাতাসকলে শান্তিপূৰ্ণভাৱে দেশৰ উন্নততৰ ভৱিষ্যতৰ বাবে সংগ্ৰাম কৰি আছে আৰু বিশ্ব তেওঁলোকৰ সৈতে থিয় হৈছে।

আৰু পঢ়িব পাৰিব : ন্যায় বিচাৰি মহিলাৰ প্ৰতিবাদঃ হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবী

কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয়, ‘মোদী চৰকাৰে সঁচা বা ভাল দিন একোকে দিবলৈ সক্ষম হোৱা নাই। আমাৰ অন্নদাতাসকলে ভাৰতৰ ভাল ভৱিষ্যতৰ বাবে শান্তিপূৰ্ণভাৱে সংগ্ৰাম কৰি আছে আৰু মই তেওঁলোকেৰ সৈতে সদায় আছোঁ আৰু থাকিম।’ ৰাহুল গান্ধীয়ে টুইটযোগে মোদী চৰকাৰৰ অচ্ছে দিনৰ প্ৰতিশ্ৰুতিক এনেদৰে কটাক্ষ কৰে।

আৰু পঢ়িব পাৰিব : চলচ্চিত্ৰ জগতৰ বাবে ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি

ইফালে শুকুৰবাৰে ৰাজস্থানৰ পদমপুৰাত এখন জনসভাত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে, দেশৰ প্ৰায় ৪০ শতাংশ লোকে কৃষিৰ সৈতে জড়িত ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে আৰু নতুন কৃষি আইনে তেওঁলোকক প্ৰভাৱিত কৰিব। তেওঁ কয় যে, এই ৪০ শতাংশ লোকে দেশৰ সকলো নাগৰিককে অন্ন দান কৰে আৰু এই ব্যৱসায়ৰ অৰ্থমূল্য হৈছে ৪০ লাখ কোটি টকা। এই ৪০ শতাংশ লোকৰ ব্যৱসায় দুজন মানুহৰ হাতত তুলি দিবলৈকে নতুন কৃষি আইন অনা হৈছে বুলিও তেওঁ দাবী কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ