--°C
Loading...
Listen to Article
2 min read
80%

০২ ডিচেম্বৰ শুকুৰবাৰ, ২০২২

১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুনকৈ যোগাযোগ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব লগতে আজি আপোনাৰ সামান্য শত্ৰু ভয় বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বন্ধুৰ আগমন হ'ব, লগতে আজি আপোনাৰ মনৰ চিন্তা  দুৰ  হোৱাৰ যোগ দেখা যায়। 

৩. মিথুন ৰাশি ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হ'ব, কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, যদিও আজি আপুনি আৰ্থিক দিশত সজাগ হোৱাটো ভাল হ'ব।

৪. কৰ্কট ৰাশি ( ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  কৰ্মক্ষেত্ৰত নতুনকৈ যোগাযোগ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য প্ৰতাৰণা সন্মুখীন হ'ব পাৰে লগতে বন্ধুৰ লগত সামান্য মতবিৰোধ হ'ব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ৰোগ আৰোগ্য হব, নতুন কৰ্মত যোগাযোগ হ'ব, লগতে আজি আপোনাৰ আৰ্থিক দিশত উন্নতি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  ধন - ধান বাঢ়িব, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ নহ'লে সামান্য শৰীৰত ৰোগ  হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ সমস্যাৰ সমাধান হোৱাৰ  যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন লাভ কৰিব, সন্মান বাঢ়িব, যদিও আজি আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব। 

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিব, সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ক্ষতি হোৱাৰ  যোগ দেখা যায়।

১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ সন্তানৰ সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়। 

১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হ'ব, যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ নহ'লে সামান্য জতিলতা বাঢ়িব পাৰে লগতে আজি আপোনাৰ মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা