--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত ভয়াৱহ ৰূপত সংক্ৰমিত হৈ আছে কৰ’না৷ দেশত এদিনতে ক’ভিডত আক্ৰান্ত ৩,৮৬,৪৫২জন৷ বিগত ৯ দিনৰ ভিতৰত দেশত সৰ্বাধিক আক্ৰান্ত হয় বৃহস্পতিবাৰৰ দিনটোত৷ ইয়াৰ বিপৰীতে এদিনতে ৩,৪৯৮গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হয়৷

আৰু পঢ়িব পাৰিব : ২ মে’ত কোন দলৰ হাতত পাঁচ ৰাজ্যৰ শাসনৰ বাঘজৰী?

আনহাতে, কেৱল দিল্লীতেই এদিনত ৩৯৫জন ক'ভিড আক্ৰান্তৰ মৃত্যু হৈছে৷ ক'ভিডে সংহাৰ ৰূপ লোৱালৈ লক্ষ্য কৰি দিল্লীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰা হৈছে৷ মহাৰাষ্ট্ৰ, কৰ্ণাটকতো ক'ভিডৰ প্ৰকোপ বৃদ্ধি পাইছে৷ সংক্ৰমণৰ সংখ্যা বৃদ্ধিৰ বাবে গোৱাত ৩ মে'লৈকে লকডাউন ঘোষণা কৰিছে চৰকাৰে৷

আৰু পঢ়িব পাৰিব : দিল্লীত ক’ভিড আক্ৰান্ত হৈ অসমীয়া সাংবাদিকৰ মৃত্যু

দেশত ক'ভিড প্ৰতিষেধক বৰ্তমানলৈকে গ্ৰহণ কৰিছে ১৫,২২,৪৫,১৭৯জনে৷ বৰ্তমান চিকিৎসাধীন হৈ আছে ৩১,৭০,২২৮জন ৰোগী৷ আনহাতে, আৰোগ্য লাভ কৰিছে ১,৫৩,৮৪,৪১৪জনে। বিগত ২৪ঘণ্টাত আৰোগ্য হৈ উঠা লোকৰ সংখ্যা হৈছে ২,৯৭,৫৪০।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ