--°C
Loading...
Listen to Article
2 min read
80%

তেলেংগানা : ক'ভিড ভেকচিন দিয়াৰ পাছতে মৃত্যু আন এগৰাকী স্বাস্থ্য কৰ্মীৰ৷ দেশজুৰি চলি থকা প্ৰথম পৰ্যায়ত প্ৰদান কৰা ক'ভিড প্ৰতিষেধক লোৱাৰ পাছতে মৃত্যু হয় এগৰাকী এম্বুলেঞ্চ চালকৰ৷ জানিব পৰা মতে, তেলেংগানাৰ নিৰ্মল জিলাৰ কুন্তলা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ক'ভিড প্ৰতিষেধক লৈছিল বিথ্থাল নামৰ চালকজনে৷

আৰু পঢ়িব পাৰিব : ৬ বছৰতে ২০ বছৰৰ সমান উন্নয়ন সাধিছে মোডী চৰকাৰে

জানিব পৰা মতে চালকজনে ১৯জানুৱাৰীত ভেকচিন লোৱাৰ পাছতে বুকুৰ বিষত ভোগে আৰু ২০ জানুৱাৰীৰ পুৱা চিকিৎসালয়ত মৃত্যু হয় চালকজন৷

আৰু পঢ়িব পাৰিব : অসমৰ ভূমিত মেঘালয়ৰ অবৈধ টোলগে’ট স্থাপন

মৃত্যুৰ পাছতে চালকজনৰ পৰিয়ালে ক'ভিড প্ৰতিষেধক লোৱাৰ পাছতে এই ঘটনা সংঘটিত হয় বুলি অভিযোগ উত্থাপন কৰে৷ কিন্তু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই অভিযোগ খণ্ডন কৰে আৰু এই ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ