--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : ক’ভিড প্ৰতিষেধক লোৱাই নহয়, দেশবাসীক ক’ভিড প্ৰতিষেধক সম্পৰ্কত সজাগো কৰিলে এগৰাকী ৰাষ্ট্ৰনেতাই। তেওঁ আমেৰিকাৰ নৱ অভিষিক্ত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ। কোভিড-১৯ৰ দ্বিতীয়পালি প্ৰতিষেধক গ্ৰহণ কৰে কমলা হেৰিছে।

আৰু পঢ়িব পাৰিব : কৃষকৰ হিংসাত্মক প্ৰতিবাদত ৩শতাধিক আৰক্ষীৰ জোৱান আহত, গোচৰ ৰুজু

মঙলবাৰে টেলিভিচনত লাইভ এটা অনুষ্ঠানত এই প্ৰতিষেধকৰ দ্বিতীয়টো পালি গ্ৰহণ কৰে হেৰিছে। দেশখনৰ নেচনেল ইনষ্টিটিউট অব হেলথত এই প্ৰতিষেধক তেওঁৰ প্ৰদান কৰা হয়। প্ৰতিষেধক গ্ৰহণ কৰি প্ৰতিগৰাকী মাৰ্কিন নাগৰিককে প্ৰতিষেধক গ্ৰহণৰ আহ্বানো জনালে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।

আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত অথন্তৰ : খুলি দিবলৈ নিৰ্দেশ ছাউণ্ড ছিষ্টেম !

প্ৰতিষেধক গ্ৰহণ কৰি তেওঁ কয়, ‘মই সকলোকে আহ্বান জনাব বিচাৰোঁ যে, যেতিয়া নিজৰ পাল আহিব তেতিয়া সকলোৱে যেন প্ৰতিষেধক গ্ৰহণ কৰে। কাৰণ ই আপোনালোকৰ জীৱন ৰক্ষা কৰিব।’ হেৰিছে প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছিল ২৯ ডিচেম্বৰত। উল্লেখ্য যে, দেশখনত ডিচেম্বৰ মাহত দুটাকৈ কোভিড প্ৰতিষেধক প্ৰদানৰ অনুমোদন দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ